• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বীনা বৰাৰ চহী জাল কৰাৰ কথা স্বীকাৰ ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2018 4:08 pm
Indarni-Mukerjee-678x381

ইন্দ্ৰাণী মুখাৰ্জী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত, ইন্দ্ৰানী মুখাৰ্জীৰ পূৰ্বৰ সচিবগৰাকীয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চিবিআই) এখন বিশেষ আদালতৰ আগত স্বীকাৰ কৰিছে যে তেওঁ মালিকৰ হেঁচাত শ্বীনা বৰাৰ চহী জাল কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

কাজল শৰ্মা নামৰ ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিবগৰাকীয়ে চিবিআইৰ বিশেষ আদালতক কয় যে তেওঁ শ্বীনা বৰাৰ চহী জাল কৰিছিল। কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে ইন্দ্ৰাণী মুখাৰ্জীয়ে তেওঁৰ কন্যাক হত্যা কৰিব পাৰে।

Apply Now

তেওঁৰ পূৰ্বৰ নিয়োগকৰ্তাৰ নিৰ্দেশত তেওঁ কিয় শ্বীনা বৰাৰ চহী জাল কৰিবলৈ সন্মত হৈছিল বুলি ইন্দ্ৰাণীৰ অধিবক্তা তোলা প্ৰশ্নৰ উত্তৰত কাজলে এইদৰে কৈছিল।

চিবিআইয়ে দাবী কৰিছে যে শ্বীনা বৰাৰ হত্যাকাণ্ডৰ পিছত কাজলে ২০১২ চনত পদত্যাগ পত্ৰত স্বাক্ষৰ কৰি অভিযুক্ত নিয়োগকৰ্তালৈ প্ৰেৰণ কৰিছিল আৰু এখন ছুটী তথা অনুজ্ঞাপত্ৰ বাতিলকৰণৰ নথি তেওঁৰ মালিকলৈ পঠিয়াই দিছিল।

কাজলে ইয়াৰ আগেয়ে আদালতক কৈছিল যে ইন্দ্ৰাণীয়ে যেতিয়া তেওঁক শ্বীনাৰ চহী জাল কৰিবলৈ নিৰ্দেশ দিছিল, তেতিয়া প্ৰথমতে তেওঁ সেয়া অস্বীকাৰ কৰিছিল কিন্তু পিছত তেওঁক যেতিয়া কোৱা হৈছিল যে শ্বীনা আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল আৰু তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ বাবে ইন্টাৰনেট সেৱা নাই তেতিয়া কাজল মান্তি হৈছিল।

কাজলে লগতে আদালতক জনাইছিল যে তেওঁ চহী জাল কৰাটো অপৰাধমূলক কাৰ্য বুলি জনা নাছিল।

তেওঁ আদালতৰ আগত স্বীকাৰ কৰিছিল যে তেওঁ শ্বীনা বৰাৰ চহী জাল কৰাৰ বাবে অনুশীলন কৰা কাগজ-পত্ৰবোৰ তেওঁৰ নিয়োগকৰ্তা ইন্দ্ৰাণী মুখাৰ্জীৰ নিৰ্দেশত নষ্ট কৰি পেলাইছিল।

২০১২ চনত সংঘটিত কৰা নিজ কন্যা শ্বীনা বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক ২০১৫চনৰ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল।

ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ ড্ৰাইভাৰ শ্যামবৰ ৰাইৰ লগতে পূৰ্বৰ স্বামী সঞ্জীৱ খান্নাকো গ্ৰেপ্তাৰ কৰা হৈছিল।

ইন্দ্ৰাণীৰ বৰ্তমানৰ স্বামী তথা মিডিয়া বেৰ’ন পীটাৰ মুখাৰ্জীক সেই বছৰৰে নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd