• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংগীতেৰে জীৱন সলনি কৰিব কয়দীৰ : প্ৰথমবাৰৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদত সংগীত বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2018 3:53 pm
Music lessons for Guwahati Central Jail inmates

প্ৰতিনিধিত্বমূলক ফটো : উৎস ইণ্টাৰনেট

111
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদত এখন নতুন সংগীত বিদ্যালয় স্থাপন কৰা হৈছে। কয়দীসকলক সংগীতৰ প্ৰশিক্ষণ দিয়াৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদৰ ভিতৰত এই সংগীত বিদ্যালয়খন স্থাপন কৰিছে অনুপ শৰ্মা আৰু গীতা দেৱীয়ে।

ইতিমধ্যে ৰাজু চন্দ, সৰগম ৰাভা আৰু অন্য ৮ গৰাকী কয়দীয়ে কণ্ঠ সংগীত আৰু আন ছগৰাকীয়ে গীটাৰৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছে।

তেওঁলোকে প্ৰতিষ্ঠা কৰা সংগীত বিদ্যালয়খনৰ নাম হৈছে ‘সুৰৰ পানচৈ’। ১১ জুনৰ পৰা এই সংগীত বিদ্যালয়খন আৰম্ভ হৈছে। উল্লেখ্য যে অসমৰ কাৰাগাৰৰ ইতিহাসত এই ধৰণৰ এইটো প্ৰথম পদক্ষেপ।

এই সংগীত বিদ্যালয়খনৰ পাঠ্যক্ৰম ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত সজ্জিত কৰা হৈছে। আলপতে কয়দীসকলৰ অগ্ৰগতিৰ মূল্যায়ন কৰাৰ বাবে এটা পৰীক্ষাও অনুষ্ঠিত হৈ গৈছে।

এই সংগীত বিদ্যালয়খনৰ উদ্দেশ্য হৈছে কাৰাগাৰৰ ভিতৰত এটা সাংগীতিক পৰিৱেশ সৃষ্টি কৰাৰ লগতে কয়দীসকলৰ মানসিকতাৰ উন্নতি কৰাটো।

কয়দীসকলৰ জীৱৰ মান উন্নততৰ কৰাৰ এটা উদ্দেশ্যেৰে এই সংগীত বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd