• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পিতনিৰ পৰা উদ্বাৰ কৰি বালিপৰা সংৰক্ষিত বনাঞ্চলত ১১ ডালকৈ অজগৰ

NE NOW NEWS ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী
বালিপৰা , June 22, 2018 8:33 pm

2 min read

snake man saurabh
94
VIEWS
Share on FacebookShare on Twitter

বালিপৰা শোণিতপুৰ  চাৰিদুৱাৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত আজি পুনৰ ১১ ডালকৈ প্ৰকাণ্ড অজগৰ  সাপ  মুকলি কৰে সৌৰভ বৰকটকীয়ে। সৌৰভ বৰকটকী হৈছে  বনবিভাগৰ অবৈতনিক ৱাৰ্ডেন, তেখেতে সাপৰ প্ৰতি বিশেষ সংৰক্ষণমূলক পদক্ষেপ গ্ৰহণ কৰা তথা সাপৰ বিষয়ে জনসাধাৰণক সচেতন কৰাৰ বাবে তেখেতে সৰ্প-বান্ধৱ  প্ৰকৃ্তিপ্ৰেমী হিচাপে পৰিচিতি লাভ কৰিছে।

আজি দিনৰ ১২:০০ বজাত সংৰক্ষিত বনাঞ্চলখনৰ  দমাইলৰ    পিতনিত  জিলাখনৰ তেজপুৰ, ভোমোৰাগুৰি, নপাম, চানমাৰী আদি কৰি বিভিন্ন ঠাইৰপৰা ৰাইজৰ  খবৰৰ ভিত্তিত  বৰকটকীয়ে উদ্ধাৰ কৰা ১১ ডালকৈ প্ৰকাণ্ড অজগৰ সাপ আজি জিলা বন বিভাগৰ সহযোগত মুকলি কৰি দিয়ে। আজি মুকলি কৰা সাপকেইডালৰ   আটাইতকৈ প্ৰকাণ্ড সাপডাল  দহ ফুট আৰু   তিনিডালৰ দৈৰ্ঘ্য  ন ফুট  আছিল।  আটাইকেইডাল সাপক বৰকটকীয়ে উদ্ধাৰ কৰাৰ পিছত নিজা ব্যৱস্থাপনাৰে সাপকেইডালক তত্বাৱধান কৰাৰ  অন্তত আজি এনেদৰে  বালিপৰা সংৰক্ষিত বনাঞ্চলখনত   মুকলি কৰে।

সাপকেইডালক মুকলি কৰি দি বৰকটকীয়ে  জনাইছে যে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান সময়ত হোৱা বানপানীৰ বাবে জিলাখনৰ বিভিন্ন স্থানত সাপবোৰে প্ৰৱেশ কৰিছে। আজিৰ  অনুষ্ঠানত জিলা বনবিষয়া ৰঞ্জিৎ কোঁৱৰ, বন বিভাগৰ সদৰ ৰেঞ্জৰ বনবিষয়া দেৱব্ৰত গগৈ, বালিপৰা আৰু তেজপুৰৰ প্ৰকৃতপ্ৰেমী  সংবাদকৰ্মীৰ দল বন আৰু বিভাগৰ কৰ্মী  উপস্থিত থাকে।

একেদৰে, আজি জিলা  বনবিষয়া ৰঞ্জিৎ কোঁৱৰৰ পৃষ্ঠপোষকতাত ঢাৰিকাটি-চামলগা পথত বালিপৰা সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ খাদ্যৰ  বাবে কলগছ, ঔটেঙা গছকে আদি কৰি কেইবাবিধো গছ ৰোপণ কৰা হয়।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd