• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সতী সাধনী দিৱস উপলক্ষে যোৰহাট আৰু গোলাঘাট জিলাত স্থানীয় বন্ধ ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট, গোলাঘাট , April 20, 2018 11:26 pm

1 min read

বন্ধ

প্ৰতিনিধিত্বমূলক ফটো

237
VIEWS
Share on FacebookShare on Twitter

সতী সাধনী দিৱস উপলক্ষে কাইলৈ অৰ্থাৎ ২১ এপ্ৰিলত যোৰহাট জিলা উপায়ুক্তই জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে। উক্ত বন্ধৰ দিনা জিলাখনত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ থাকিব।

অৱশ্যে এন আৰ চি সম্বন্ধীয় কাম-কাজ আৰু শিক্ষানুষ্ঠান সমূহৰ পৰীক্ষাৰ কাম কাজ সমূহ পূৰ্বৰ সূচী অনুসৰি বাহাল থাকিব বুলি উপায়ুক্ত নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত জে.পি.ই.৪১/অংশ-১/১০৬ দিনাংক ২০/০৪/২০১৮ নম্বৰৰ আদেশৰ পৰা জানিব পৰা গৈছে।

একেদৰে গোলাঘাট জিলাতো সতী সাধনী জিৱস উপলক্ষে এন আই এক্ট অনুসৰি জিলা উপায়ুক্তই স্থানীয় বন্ধ ঘোষণা কৰিছে।

বন্ধৰ সময়ছোৱাত জিলাখনত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ থাকিব। অৱশ্যে যোৰহাট জিলাৰ দৰেও গোলাঘাট জিলাতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজ অব্যাহত থাকিব।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd