DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত সদৌ অসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় ৰাভা দিৱসৰ সফল সামৰণি

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 20, 2018 10:52 pm
আছুৰ কেন্দ্ৰীয় ৰাভা দিৱস
108
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ কুঁৱৰৰীটোলৰ গান্ধী পথাৰত মঙলবাৰৰ পৰা দুদিনীয়াকৈ সদৌ অসম ছাত্ৰসন্থাৰ উদ্যোগত ,কলিয়াবৰ আঞ্চলিক ছাত্ৰসন্থাৰ সহযোগত আৰু কলিয়াবৰৰ ৰাইজ আৰু কেবাটাও সংগঠনৰ সহযোগত  কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত বিষ্ণুৰাভা দিৱসৰ আজি সফলতাৰে সামৰণি পৰে।

মঙলবাৰে সদৌ অসম ভিত্তিত বিষ্ণু ৰাভাৰ গীতৰ আৰু বিষ্ণু ৰাভাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে পতাকা উত্তোলনৰে  দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ কৰে।

পতাকা উত্তোলনৰ পিছতে সম্পাদক লুৰিণজ্যোতি গগৈয়ে শ্বহীদ তৰ্পণ আৰু বিষ্ণুৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান মুকলি  কৰে ড০সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

আজি সৈনিকশিল্পীজনক সোৱঁৰণ কৰিবলৈ ভিৰ কৰেহি কলিয়াবৰৰ অগণন লোকে।

বিয়লি  দীপাংক নাথৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত সদৌ অসম ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলৰ লগতে বিষ্ণুৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা, ড০ অমৰজ্যোতি চৌধুৰী আৰু বিশিষ্ট বিজ্ঞানী ড০ হলধৰ ভূঞাই অংশগ্ৰহণ কৰি শিল্পীজনৰ সৃষ্টিশীল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বক্তৃতা প্ৰদান কৰে।

আনহাতে ,আজিৰ সভাতে ৫ গৰাকীকৈ সাহিত্যক ,শিল্পী তিলক চন্দ্ৰ মজুমদাৰ ,ফণীন্দ্ৰ নাথ গায়ন ,গুণ মহন্ত ,অৰূপ মান্না আৰু গিৰীন্দ্ৰ নাৰায়ন দেৱগোস্বামীক সদৌ অসম ছাত্ৰসন্থাই সম্বৰ্ধনা জনায়।

তদুপৰি পুৰণিগুদামৰ ভাস্কৰ্য শিল্পী পাৰ্থপ্ৰতিম ভূঞাই থিতাতে নিৰ্মাণ কৰি উলিওৱা বিষ্ণুৰাভাৰ এক মৃন্ময় প্ৰতিমূৰ্তিও উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থ ‘ মুক্তিদেউল’ উন্মোচন কৰে অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাই ।

নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত  অপূৰ্ব বেজবৰুৱা ,জিনা ৰাজকুমাৰী,নাহিদ আফ্ৰিন ,নীল আকাশৰ গীতৰ অনষ্ঠানৰে সামৰণি পৰে দুদিনীয়াকৈ আয়োজন কৰা কেন্দ্ৰীয় ৰাভা দিৱসৰ কাৰ্যসূচীৰ।

Recent News

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd