DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্তোষ ট্ৰফীত পঞ্জাৱক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে মিজেৰামে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 11:40 am
Football-570x320

প্ৰতিনিধিত্বমূলক ফটো

75
VIEWS
Share on FacebookShare on Twitter

৭২ তম সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ এখন খেলত শনিবাৰে মিজোৰামে পঞ্জাৱক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে।

মিজোৰামে এতিয়া তিনিখন খেলৰ তিনিখনতেই বিজয়ী হৈ গ্ৰুপ বি ত ৯ পইন্ট অৰ্জন কৰি শীৰ্ষস্থানত আছে। মিজোৰামৰ পিছতে গ্ৰুপত ৬ পইন্ট লাভ কৰি দ্বিতীয় স্থানত আছে কৰ্ণাটক।

হাওৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমাৰ্দ্ধৰ সাত মিনিটতে লাল ৰেমৰুৱাটাই প্ৰথমটো গলেৰে দলক অগ্ৰগতি দিয়ে। ইয়াৰ কেইমিনিটমানৰ পিছতে ৰেমৰুৱাটাই তেওঁৰ দ্বিতীয়টো গলেৰে ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে। খেলৰ ৫৬ মিনিটত পঞ্জাৱৰ জিতেন্দৰ ৰাৱাটে দিয়া গলেৰে পঞ্জাৱে ব্যৱধান ২-১ লৈ হ্ৰাস কৰে।

ৰবীন্দ্ৰ সৰোবৰ ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত কৰ্ণাটকে উৰিষ্যাক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰে। ৭২ তম সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখনত কৰ্ণাটকেও পৰৱৰ্তী পৰ্যায়ত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

খেলৰ ২৬ মিনিটত কৰ্ণাটকৰ লিয়ন আগাষ্টাইনে প্ৰথমটো গল দিয়ে যদিও প্ৰথমাৰ্দ্ধৰ আঘাতৰ বাবে দিয়া অতিৰিক্ত সময়ত উৰিষ্যাৰ অৰ্জুন নায়কে সমতা স্থাপন কৰে।

খেলখনৰ দ্বিতীয়াৰ্দ্ধত সিদ্ধান্তমূলক সমাপ্তিৰ বাবে দুয়োটা দলেই তীব্ৰ যুঁজত অৱতীৰ্ণ হয়। অৱশেষত খেল ৮৭ মিনিটত ৰাজেশ এছে কৰ্ণাটকৰ হৈ বিজয়সূচক গলটো দিয়ে।

Recent News

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

ভিডিঅ’ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক

ভিডিঅ’ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd