DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

সমাপ্ত হৈছে কংগ্ৰেছ যুগৰ : মুখ্য মন্ত্ৰী চাংমা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2018 11:53 am
Conrad-K-Sangma-570x320

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ফাইল ফটো

111
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কয় যে কংগ্ৰেছ যুগৰ অৱসান ঘটিছে। তেওঁ আৰু কয় যে ৰাইজে অকল  মেঘালয়তেই নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত দলটোক প্ৰত্যাখ্যান কৰিছে।

ইন্দিৰা গান্ধীৰ সময়ত কংগ্ৰেছে ভাৰতৰ অধিক সংখ্যক ৰাজ্যতেই শাসন কৰিছিল, কিন্তু ৰাহুল গান্ধী আৰু মুকুল চাংমাৰ সময়ত কংগ্ৰেছ মাত্ৰ দুখন ৰাজ্যত সীমাবদ্ধ হৈ ৰৈছে বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে। আমপাতি সমষ্টিৰ বাবে অহা ২৮ মে’ত অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী ক্লিমেণ্ট এম মোমিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ অহি মুখ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

উল্লেখ্য যে কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাক বৰ্তমানৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই বছৰৰ ফেব্ৰুৱাৰি মাহৰ বিধানসভা নিৰ্বাচনত পৰাস্ত কৰিছিল।

মুখ্য মন্ত্ৰী কনৰাড চাংমাই কয় যে নৱগঠিত গল হলেও এন পি পিয়ে মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডৰ শাসনাধিস্থ মৰ্চা চৰকাৰৰ অংশ।

তেওঁ আৰু কয় যে আমপাতিৰ বিধানসভা সমষ্টিৰ জনসাধাৰণে পৰিৱৰ্তনৰ বাবে এন পি পিক ভোট দিব।

স্মৰ্তব্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই আমপাতি আৰু ছংছাক দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দুয়োটাতে বিজয়ী হৈছিল আৰু তেওঁ ছংছাক সমষ্টিটোৰ বিধায়ক হৈ আমপাতি সমষ্টিৰ বিধায়কৰ পদ পৰিত্যাগ কৰিছিল। আমপাতি সমষ্টিৰ বিদায়কৰ আসমখন শূন্য হৈ পৰাত তাত উপনিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অগবঢ়া হৈছে। এই উপ নিৰ্বাচনত মুকুল চাংমাৰ দুহিতা মিয়ানি দালবত শ্বিৰাই কংগ্ৰেছৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

Recent News

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd