• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

সর্বাধিক আন্তৰ্জাতিক পৰ্যটকৰ আগমনেৰে বিশ্ব পৰ্যটনৰ মানচিত্ৰত উজলিল ভূটান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2018 2:25 pm
banner-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বাধিক আন্তৰ্জাতিক পৰ্যাটকৰ পদধুলি পৰা দেশ হিচাপে বিশ্ব পৰ্যাটনৰ মানচিত্ৰত উজলি উঠিছে হিমালয়ৰ পাদদেশত অৱস্থিত দেশ ভুটান। ভুটানৰ পৰ্যটন নিৰীক্ষণ-২০১৭ৰ (Bhutan Tourism Monitor, 2017) উদ্ধৃতিৰে এই তথ্য প্ৰকাশ কৰিছে ভুটানৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কুৱেনছেলে ( Kuensel)। কুৱেনছেল সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিৱেদন অনুসৰি, যোৱা বছৰ ৬২,২৭২ গৰাকী বিদেশী পৰ্যটকে ভুটান ভ্ৰমণ কৰিছিল।

প্ৰতিৱেদনটো অনুসৰি, ২০১৬ৰ তুলনাত ২০১৭ চনত ভুটান ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা ১৪.১ শতাংশ বৃদ্ধি পাইছে।

Apply Now

৭১,৪১৭ গৰাকী আন্তৰ্জাতিক পৰ্যটকৰ ভিতৰত ৯,১৪৫ গৰাকীয়ে আনুষ্ঠানিক আৰু ব্যৱসায়িক কাৰণত ভ্ৰমণ কৰিছিল বুলি প্ৰতিৱেদনটোত আৰু কোৱা হৈছে।

যোৱা বছৰ মুঠ ২৫৪,৭০৪ গৰাকী পৰ্যটকে ভুটান ভ্ৰমণ কৰিছিল। তাৰ ভিতৰত ১৮৩,২৮৭ গৰাকী আছিল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু মালদ্বীপৰ।

ভুটানত ২০১৭ চনত ২১.৫ শতাংশ অধিক পৰ্যটক অহাৰ বিপৰীতে ২০১৬ চনত বিগত ৫ বছৰৰ মুঠ পৰ্যটকৰ ৩৫ শতংশ  বৃদ্ধি ঘটিছিল।

প্ৰতিৱেদন অনুসৰি, অৱসৰ বিনোদনৰ বাবে অহা আন্তৰ্জাতিক পৰ্যটকৰ পৰা হোৱা উপাৰ্জনৰ পৰিমাণ ২০১৬ চনৰ ৭৩.৭৪ মিলিয়ন ডলাৰৰ পৰা ২০১৭ চনত ৬.০৭ মিলিয়ন ডলাৰ বৃদ্ধি হৈ ৭৯.৮০৭ মিলিয়ন ডলাৰ হৈছিলগৈ। এই বৃদ্ধিৰ শতকাৰা হাৰ হৈছে ৮.২ শতাংশ।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ভুটান ভ্ৰমণ কৰা পৰ্যটনৰ ভিতৰত ৫৯.১ শতাংশ হৈছে মহিলা আৰু অধিক সংখ্যক পৰ্যটক ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰুৱা।

এই ক্ষেত্ৰত ভাৰত হৈছে ভুটানৰ পৰ্যটন বজাৰৰ মুল উৎস। ভাৰতৰ পৰা ভুটানলৈ ১৭২,৭৫১ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিছে। বাংলাদেশৰ পৰা ১০,৫৩৬ গৰাকী আৰু আমেৰিকাৰ পৰা ৯,২২০ গৰাকী পৰ্যটকে ভুটান ভ্ৰমণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd