• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিকক আক্ৰমণ কৰাৰ অপৰাধত পশ্চিম কাৰ্বি আংলঙত দুজনক জেললৈ

NE NOW NEWS নংগী তেৰাং
ডিফু , February 13, 2018 10:11 pm

1 min read

Jail-570x320
76
VIEWS
Share on FacebookShare on Twitter

পশ্চিম কাৰ্বি আংলঙত সাংবাদিকক আক্ৰমণ কৰাৰ অপৰাধত দুজন লোকক কালি জেললৈ প্ৰেৰণ কৰা হৈছে। লোক দুজন হ’ল ক্ৰমে অজিত বৰদলৈ আৰু মনোজ কুমাৰ বৰদলৈ। তেওঁলোক দুয়োজনকে হামৰেন জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰামতে দুয়োজনৰ বিৰুদ্ধে যোৱা ১২ ফেব্ৰুৱাৰিত এটা বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক আক্ৰমণ কৰাৰ অপৰাধত বৈথালাংছো আৰক্ষী থানাত এটা গোচৰ ৰুজু (No 09/18 under section 341/325/427/34 of IPC) কৰা হৈছিল।

সূত্ৰটোৱে কয় যে উক্ত দিনা পশ্চিম কাৰ্বি আংলঙত অজিত বৰদলৈ আৰু মনোজ বৰদলৈয়ে নগাওঁ জিলাৰ সাংবাদিককেইজনক পথৰ নিৰ্মাণ কাৰ্য্যৰ ভিডিঅ’ কৰি থকা অৱস্থাত আক্ৰমণ কৰিছিল।

আনহাতে পশ্চিম কাৰ্বি আংলঙত ঘটা এই আক্ৰমণৰ ঘটনাক সংবাদকৰ্মী সমাজে গৰিহণা দিয়াৰ লগতে অপৰাধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ দাবী জনাইছিল।

আক্ৰমণৰ ঘটনাটোত আহতকেইজন হ’ল প্ৰাগ নিউজৰ পুষ্প চৌধুৰী, প্ৰতিদিন টাইমৰ পুষ্পেন্দ্ৰ বৰা আৰু মাধৱ ভূঞা।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd