• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক কল্যাণ আঁচনিৰ অধীনত ৩১ গৰাকী সাংবাদিকলৈ চেক প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 13, 2018 6:32 pm

2 min read

Journalist Medical Welfare Scheme
63
VIEWS
Share on FacebookShare on Twitter

আজি দিচপুৰস্থিত জনতা ভৱনৰ মুখ্য মন্ত্ৰী সভাকক্ষত সাংবাদিক কল্যাণ আঁচনিৰ অধীনত বিভিন্ন ৰোগত আক্ৰান্ত ৰাজ্যখনৰ ৩১ গৰাকী সাংবাদিকলৈ  আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা হয়।

তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত আয়োজিত উক্ত অনুষ্ঠানত চেক প্ৰদান কৰি মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে সাংবাদিক সকলক সমাজৰ বিবেক তথা অতন্দ্ৰ প্ৰহৰী বুলি অভিহিত কৰে।

সাংবাদিকসকলে দিন-ৰাতি একাকাৰ কৰি ‘এণ্টি ভাইৰাছৰ’ দৰে সমাজৰ অপশক্তিৰ বিৰুদ্ধে যুঁজি এখন গতিশীল সমাজ নিৰ্মাণৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই আহিছে  কয় যে সাংবাদিকসকলৰ কল্যাণৰ বৰ্তমানৰ ৰাজ্য চৰকাৰে কৰিছে বুলি উল্লেখ কৰে।

আজিৰ অনুষ্ঠানটোত সাংবাদিক কল্যাণ আঁচনিৰ অধীনত বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ থকা ৩১ গৰাকী সাংবাদিকক সৰ্বমুঠ ৯,৭২,৩৪৩ টকাৰ চেক প্ৰদান কৰা হয়। উক্ত আঁচনিৰ অন্তৰ্গত ইতিমধ্যে ইয়াৰ পূৰ্বে ১৫০ গৰাকী সাংবাদিকে চিকিৎসা সাহায্য লাভ কৰিছে।

উল্লেখযোগ্য যে কালি ঘোষিত এইবাৰৰ বাজেটত মিডিয়া ট্ৰাষ্টৰ বাবে ১০ লাখ টকাৰ পুঁজি ধাৰ্য কৰাৰ লগতে সাংবাদিকসকলৰ পৰিয়ালৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে সাংবাদিকৰ বীমা আঁচনি গ্ৰহণৰ প্ৰস্তাৱ তথা অসমত ২০ বছৰতকৈ অধিক কাল সাংবাদিকতা কৰাসকললৈ এখন পেঞ্চন আঁচনি আৰম্ভ কৰিব খোজাৰ কথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল।

উক্ত ব্যৱস্থালী সমূহক সাংবাদিকসকলৰ প্ৰতি থকা চৰকাৰৰ সদিচ্ছাৰ পৰিচায়ক বুলি তেওঁ মন্তব্য কৰে।

চেক প্ৰদান অনুষ্ঠানটোত তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ডাঃ এ কে সিং, তথ্য আৰু জনসংযোগ বিভাগৰ সচিব চাজিদ জামান হাজৰিকা, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা উপস্থিত আছিল।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd