DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাঁকোমঠা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সভা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 1, 2018 8:06 pm
SmallTeaPlanters
136
VIEWS
Share on FacebookShare on Twitter

আজি সাঁকোমঠা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অঞ্চলটোৰ দুই শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ অংশগ্ৰহণৰে প্ৰতাপ শইকীয়াৰ সভাপতিত্বত সাঁকোমঠা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

জিতেন শইকীয়াই আতঁ ধৰা সভাখনত ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ পট্টা, পুঁজি গঠন ইত্যাদি বিভিন্ন সমস্যাৰ লগতে এখন শক্তিশালী নতুন সমিতি গঠন কৰা হয়। এই সমিতিখনত সভাৰ প্ৰস্তাৱ আৰু সমৰ্থন মৰ্মে ২১ জনীয়া সমিতিখনত পুনৰ প্ৰতাপ শইকীয়া আৰু জিতেন শইকীয়াক ক্ৰমে সভাপতি আৰু সম্পাদক ৰূপে নিৰ্বাচন কৰা হয়।

বিশ্বনাথ জিলাৰ নৱ-নিৰ্বাচিত সম্পাদক আৰু সহকাৰী সম্পাদক ক্ৰমে ডাঃ ৰঞ্জন গগৈ আৰু দেৱব্ৰত মেধিয়ে নিজৰ বক্তব্যত ক্ষুদ্ৰ চাহ খেতিয়কসকলে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখন টনকিয়াল কৰাৰ লগতে তেওঁলোকৰ যিবোৰ জ্বলন্ত সমস্যা আছে সেইবোৰ সমাধানৰ হকে বলিষ্ঠ পদক্ষেপ ল’বলৈ খেতিয়ক সকলক আহ্বান জনায়।

আনহাতে সভাৰ আৰম্ভণিতে মে’ দিৱসৰ লগত সংগতি ৰাখি সন্থাৰ কৰ্মকৰ্তা ৰাজু কৰ্মকাৰ আৰু বীৰেশ্বৰ ৰামচিয়াৰিক সম্বৰ্ধনা জনোৱা হয়।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd