• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ টমক বিদায় দি চকুলো টুকিলে মাজুলীবাসী ৰাইজে

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , April 23, 2018 10:37 pm

1 min read

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ টমক বিদায় দি চকুলো টুকিলে মাজুলীবাসী ৰাইজে
108
VIEWS
Share on FacebookShare on Twitter

আজি মাজুলীবাসীৰ সকলোৰে চকুত চকুলো। বিশেষকৈ খোৰাহলা গাঁৱৰ কণ কণহঁতৰ পৰা ককা-আইতালৈকে গাঁওখনৰ প্ৰতিজনেই আজি উচুপি কান্দিছে। যিহেতু অঞ্চলটোৰ প্ৰত্যেকজনৰ বুকুৰ কুটুম হৈ পৰা টম আজি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ নিজৰ ঘৰলৈ যাবলৈ ওলাল।

উল্লেখযোগ্য যে আজিৰ পৰা এবছৰৰ পূৰ্বে মাজুলীলৈ আহিছিল টম বয়ড নামৰ সুদুৰ লণ্ডনৰ যুৱ পৰ্যটকজন। মাজুলীৰ মাটি বায়ু, সমাজ-সংস্কৃতি, সহজ-সৰল গাঁওবাসীৰ অকৃত্ৰিম ভালপোৱাই মোহিত কৰিছিল টমক।

মাজুলীৰ এই প্ৰাকৃতিক ব্যৱস্থাত আপ্লুত হৈ কিছুদিন মাজুলীতে থকাৰ চিন্তা কৰিছিল টমে। লগতে থকা দিন কেইটাত অসমীয়া কথা-বাৰ্তা, ভাওনা সংস্কৃতি আদি শিকাৰ আগ্ৰহ কৰিলে টমে।

আনকি নতুন কমলাবাৰী সত্ৰৰ ৰাসলীলা মহোৎসৱতো অভিনয় কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল টম। খোৰাহলা গাঁৱৰ নিতুল হাজৰিকাৰ বাসগৃহতে থাকি অসমীয়া মাত-কথা, সংস্কৃতি, মাজুলীৰ জীৱন প্ৰণালী আয়ত্ত কৰিবলৈ যত্নপৰ পৰ হ’ল টম । এনেদৰে টমে মাজুলীত পাৰ কৰিলে এটা ৰসাল বছৰ।

আনহাতে আজি টম সাত সাগৰ তেৰ নদীৰ সিপাৰৰ নিজৰ ঘৰলৈ টম যাবলৈ ওলোৱাত সমূহ গাঁওবাসী নামঘৰত মিলিত হৈ টমৰ কুশল কামনাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd