• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাধাৰণ গঞাই বিচাৰি উলিয়ালে হাতী-মানুহৰ সংঘাত নিৰাময়ৰ থলুৱা ফৰ্মূলা

NE NOW NEWS এন ই নাও নিউজ
ওদালগুৰি , December 26, 2017 7:03 pm

2 min read

সাধাৰণ গঞাই বিচাৰি উলিয়ালে হাতী-মানুহৰ সংঘাত নিৰাময়ৰ থলুৱা ফৰ্মূলা
150
VIEWS
Share on FacebookShare on Twitter

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ ভাৰত-ভূটান সীমান্তৰ নিৰুপায় আৰু নিঃসহায় গঞাই অৱশেত এটা উপায় বিচাৰি উলিয়াইছে, যিটোৱে হাতী আৰু মানুহ কোনো পক্ষৰে বিশেষ হানি নোহোৱাকৈ সংঘাতৰ অৱসান কৰিব পাৰে। অঞ্চলটোৰ গাওঁবাসীয়ে এতিয়া হাতীৰ বাবে হাবিত হাতীৰ বাবে থৈ আহিছে কলগছ, নিমখ আদি খাদ্য। নিজৰ ঘৰ-দুৱাৰ তথা খেতিপথাৰ নষ্ট কৰাৰ পৰা ৰক্ষা পৰিবলৈ এই উপায়েই ল’লে ওদালগুৰি জিলাৰ ৰাজাগড়, ধৰমজুলি অঞ্চলৰ ৰাইজে। আজি জিলাখনৰ ধৰমজুলি চাহ বাগিচাত থকা এপাল হাতীকো গাওঁবাসীয়ে এইদৰে খাদ্য দিয়া দেখা গ’ল।

উল্লেখযোগ্য যে মানুহৰ বনাঞ্চলত চলা অত্যাচাৰ তথা বেদখলৰ ফলত খাদ্যৰ সংকটত ভোগা বনৰীয়া হাতীয়ে লোকালয়ত প্ৰৱেশ কৰি ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। লগতে মানুহৰ লগত সংঘাতত লিপ্ত হৈছে। উদাহৰণস্বৰূপে এই বছৰটোত ৰাজ্যখনত হাতী আৰু মানুহৰ সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এনেকুৱা সংঘাতত আটাইতকৈ বেছিকৈ আক্ৰান্ত হৈছে ওদালগুৰি জিলাৰ ভাৰত-ভূটান তথা অসম-অৰুণাচল সীমান্তৰ অঞ্চল। এই অঞ্চলতে এই ধৰণৰ বহুকেইটা ঘটনা ঘটিছে, যাৰ ফলত হাতীৰ লগতে মানুহৰো মৃত্যু হৈছে। তথ্যমতে এই বছৰটোতে নিচেই কমেও ১১ টা হাতী আৰু সাতজন মানুহৰ মৃত্যু হৈছে হাতী-মানুহৰ সংঘাতৰ পৰিণতিত। কেৱল সেয়াই নহয়, ভূটানৰ পাহাৰ তথা অৰণ্যাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীয়ে অঞ্চলটোৰ কৃষকৰ শ্ৰমৰ ফচল খাই কৃষকৰ বছৰটোৰ শ্ৰম অৰ্থহীনতাত পৰিণত কৰিছে।

শেহতীয়াকৈ থলুৱা সাধাৰণ লোকে বিচাৰি উলিওৱা এই ফৰ্মূলাই কাম কৰিলে এক ডাঙৰ সকাহ পাব হাতী-মানুহৰ সংঘাতত জৰ্জৰিত ৰাজ্যখনে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd