DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 10, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাম্প্ৰদায়িক মন্তব্য কৰা দেৱতানু ভট্টাচাৰ্য্যৰ বিৰুদ্ধে গোচৰ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী: by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
December 4, 2017 10:13 am
175
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি কাম সম্পূৰ্ণ হোৱাৰ প্ৰাকমূহুৰ্তত বিভিন্ন দল সংগঠন  তথা নেতাই সাম্প্ৰদায়িক মন্তব্যৰে  অসমক অশান্ত জৰ্জৰ কৰি তুলিবলৈ উঠি পৰি লাগিছে। বিজেপি নেতা শিলাদিত্য দেৱৰ পিচতে এক অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যই শিলচৰ চহৰত অনুষ্ঠিত এখন সভাত “হিন্দুসকলে মুছলমানৰ বিৰুদ্ধে হাতত বন্দুক তুলি ল’ব লাগে” বুলি এক উগ্ৰ সাম্প্ৰদায়িক মন্তৱ্য দিয়ে।এই মন্তব্যৰ পিছতে কালি গুৱাহাটীৰ হাতীগাওঁ আৰক্ষী থানাত দেৱতানু ভট্টাচাৰ্য্যৰ বিৰুদ্ধে সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে এক গোচৰ ৰুজু কৰে।  এন আৰ চি খচৰা প্ৰকাশৰ পিচত ৰাজ্যত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চিনাক্ত কৰা বিভিন্ন স্পৰ্শকাতৰ অঞ্চল সমূহত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৫০ টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী প্ৰেৰণ কৰিছে। লক্ষ্যণীয় যে এন আৰ চি খচৰা প্ৰকাশক লৈ বিভিন্ন  ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠন সমূহে অসমৰ  ৰাইজক  শান্তি সম্প্ৰীতি বিঘ্নিত নকৰিবলৈ আহ্বান জনাই আহিছে।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd