• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৰদা কেলেংকাৰি: প্ৰাক্তন মুখ্য সচিব পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 7, 2018 3:05 pm

2 min read

Pipersenia
104
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সাৰদা কেলেংকাৰীত এইবাৰ সাঙোৰ খাই পৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ নাম।শেহতীয়াভাৱে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা বিভিন্ন অভিযোগৰ ভিত্তিতে পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে। সাৰদা কেলেংকাৰীৰ হেৰুওৱা ফাইলৰ গোচৰ সন্দৰ্ভত ইতিমধ্যে মুখ্য মন্ত্ৰীৰ গৃহ আৰু ৰাজনৈতিক বিভাগক তদন্তৰ দায়িত্ব হৈছে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মখ্য সচিবৰ দৰে পদত অধিষ্ঠিত হৈ থকা ভি কে পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাক লৈ এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে ধুমুহাৰ।

উল্লেখযোগ্য যে যোৱা ৩০ মে’ত পিপাৰচেনিয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে সংবাদ মেলযোগে সৰৱ হৈ পৰিছিল আৰ টি আই কৰ্মী দুলাল বৰা। আনকি পিপাৰচেনিয়াই ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে সাৰদা কেলেংকাৰীৰ ফাইল লুকুৱাই ৰখাৰ অভিযোগত দুলাল বৰাই  দিছপুৰ থানাত ১১৮৮/১৮ নম্বৰত এটা গোচৰ পৰ্যন্ত ৰুজু কৰিছিল। তদুপৰি বৰাই  দেশ কঁপোৱা সাৰদা কেলেংকাৰিৰ ফাইল লুকুৱাই ৰখাৰ পৰা আৰম্ভ কৰি দিচপুৰ ৱৰ্থ প্ৰাইভেট লিমিটেডক কেইবাকোটি টকীয়া চৰকাৰী মাটি এপাৰ্টমেন্ট নিৰ্মাণৰ বাবে আৱন্টন দিয়া পিপাৰচিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনক ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

দুলাল বৰাৰ অভিযোগৰ কেইদিনমানৰ পাছতে পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd