• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সীমান্ত বিবাদক লৈ ১৯৬৬ চনৰ পুনৰাবৃত্তিৰ ভাবুকি মিজো ছাত্ৰ সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 2:53 pm
aizawl-protest-570x320

দুয়োখন ৰাজ্যৰ সীমা বিবাদজনিত ঘটনাৰ প্ৰতিবাদ মিজো ছাত্ৰ সন্থাৰ।

200
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ আগশাৰীৰ ছাত্ৰ সংগঠন মিজো জিৰলাই পউল (এম জে পি) বা মিজো ছাত্ৰ সংস্থাই অসম চৰকাৰৰ ইচ্ছানুসৰি যদি কেন্দ্ৰীয় চৰকাৰে অসম-মিজোৰামৰ মাজৰ ৰাজ্যিক সীমান্তৰ মীমাংসা কৰিব খোজে তেনেহ’লে ১৯৬৬ ৰ পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটাৰ ভাবুকি দিছে।

১৯৬৬ চনৰ ১ মাৰ্চত মিজোৰামে ভাৰত ৰাষ্ট্ৰৰ পৰা ‘স্বাধীনতা’ ঘোষণা কৰিছিল য’ত সাৰ্বভৌমত্বৰ বাবে তেওঁলোকৰ বহুতেই জীৱন হেৰুৱাবলগীয়া হৈছিল।

ছাত্ৰ সংগঠনটোৰ নেতৃবৰ্গই মঙলবাৰে নতুন দিল্লীত অসম আৰু মিজোৰামৰ মুখ্য সচিব দুগৰাকীৰ সৈতে হোৱা আলোচনা সম্পৰ্কত নিজৰ মত প্ৰকাশ কৰি কয় যে তেওঁলোকে নৰেন্দ্ৰ মোডীৰ চৰকাৰখনৰ প্ৰতি আস্থা হেৰুৱাইছে।

শেহতীয়াকৈ আন্ত:ৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা সমস্যাটোৰ সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে দুয়োখন ৰাজ্যৰ মুখ্যসচিবক ৰাষ্ট্ৰীয় ৰাজধানীত এখন বৈঠকলৈ মাতি নিছিল। উক্ত বৈঠকত অধ্যক্ষতা কৰিছিল কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাই।

যোৱা ৮ আৰু ১০ মাৰ্চত অসম সীমান্তৰ ওচৰত মিজোৰামৰ কলাশিৱ জিলাৰ জ’ফাই বৈৰাবীত মিজো ছাত্ৰৰ ওপৰত অসম আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে আইজলত ছাত্ৰ নেতাসকলে এক তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত মিজো জিৰলাই পউলৰ নেতাসকলে তেওঁলোকৰ দৃষ্টিভংগী দোহাৰি কয় যে মিজোৰাম চৰকাৰে ১৮৭৩ ৰ বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্যনৰ অধীনত ১৮৭৫ত জাৰি কৰা স্থিতিৰ বাহিৰে আন্ত:ৰাজ্যিক সীমাৰ কোনো নতুন সিদ্ধান্ত কেতিয়াও গ্ৰহণ কৰা উচিত নহয়।

ছাত্ৰ নেতাসকলে লগতে দাবী কৰে যে অসমে মিজোৰাম ইয়াৰ অংশ হৈ থকাৰ সময়ত মিজো জিলা পৰিষদৰ আওতাত থকা ৫০৯ বৰ্গ কিলোমিটাৰ জোৰা আন্ত:ৰাজ্যিক বনাঞ্চল হস্তান্তৰ কৰা উচিত।

Recent News

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd