• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমান্ত বিবাদক লৈ ১৯৬৬ চনৰ পুনৰাবৃত্তিৰ ভাবুকি মিজো ছাত্ৰ সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 2:53 pm
aizawl-protest-570x320

দুয়োখন ৰাজ্যৰ সীমা বিবাদজনিত ঘটনাৰ প্ৰতিবাদ মিজো ছাত্ৰ সন্থাৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ আগশাৰীৰ ছাত্ৰ সংগঠন মিজো জিৰলাই পউল (এম জে পি) বা মিজো ছাত্ৰ সংস্থাই অসম চৰকাৰৰ ইচ্ছানুসৰি যদি কেন্দ্ৰীয় চৰকাৰে অসম-মিজোৰামৰ মাজৰ ৰাজ্যিক সীমান্তৰ মীমাংসা কৰিব খোজে তেনেহ’লে ১৯৬৬ ৰ পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটাৰ ভাবুকি দিছে।

১৯৬৬ চনৰ ১ মাৰ্চত মিজোৰামে ভাৰত ৰাষ্ট্ৰৰ পৰা ‘স্বাধীনতা’ ঘোষণা কৰিছিল য’ত সাৰ্বভৌমত্বৰ বাবে তেওঁলোকৰ বহুতেই জীৱন হেৰুৱাবলগীয়া হৈছিল।

Apply Now

ছাত্ৰ সংগঠনটোৰ নেতৃবৰ্গই মঙলবাৰে নতুন দিল্লীত অসম আৰু মিজোৰামৰ মুখ্য সচিব দুগৰাকীৰ সৈতে হোৱা আলোচনা সম্পৰ্কত নিজৰ মত প্ৰকাশ কৰি কয় যে তেওঁলোকে নৰেন্দ্ৰ মোডীৰ চৰকাৰখনৰ প্ৰতি আস্থা হেৰুৱাইছে।

শেহতীয়াকৈ আন্ত:ৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা সমস্যাটোৰ সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে দুয়োখন ৰাজ্যৰ মুখ্যসচিবক ৰাষ্ট্ৰীয় ৰাজধানীত এখন বৈঠকলৈ মাতি নিছিল। উক্ত বৈঠকত অধ্যক্ষতা কৰিছিল কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাই।

যোৱা ৮ আৰু ১০ মাৰ্চত অসম সীমান্তৰ ওচৰত মিজোৰামৰ কলাশিৱ জিলাৰ জ’ফাই বৈৰাবীত মিজো ছাত্ৰৰ ওপৰত অসম আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে আইজলত ছাত্ৰ নেতাসকলে এক তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত মিজো জিৰলাই পউলৰ নেতাসকলে তেওঁলোকৰ দৃষ্টিভংগী দোহাৰি কয় যে মিজোৰাম চৰকাৰে ১৮৭৩ ৰ বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্যনৰ অধীনত ১৮৭৫ত জাৰি কৰা স্থিতিৰ বাহিৰে আন্ত:ৰাজ্যিক সীমাৰ কোনো নতুন সিদ্ধান্ত কেতিয়াও গ্ৰহণ কৰা উচিত নহয়।

ছাত্ৰ নেতাসকলে লগতে দাবী কৰে যে অসমে মিজোৰাম ইয়াৰ অংশ হৈ থকাৰ সময়ত মিজো জিলা পৰিষদৰ আওতাত থকা ৫০৯ বৰ্গ কিলোমিটাৰ জোৰা আন্ত:ৰাজ্যিক বনাঞ্চল হস্তান্তৰ কৰা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd