DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সেনা-আৰক্ষীৰ অভিযানত ৰঙিয়াত অস্ত্ৰসহ দুই মাল্টা লিংকমেন আটক

দিপক কুমাৰ পাঠক by দিপক কুমাৰ পাঠক
February 24, 2018 8:46 pm
Arrested MULTA Linkmen
109
VIEWS
Share on FacebookShare on Twitter

সেনা বাহিনীৰ চোৰাংচোৱা বিভাগৰ পৰা পোৱা বিশেষ ভিত্তিত সেনা বাহিনী আৰু ৰঙিয়া আৰক্ষীয়ে শুক্ৰবাৰে নিশা এক যুটীয়া অভিযান চলাই ৰঙিয়াত উগ্ৰপন্থী সংগঠন মাল্টাৰ দুজন সন্দেহযুক্ত লিংকমেনক আটক কৰে।

ধৃত লোককেইজনক আৰক্ষীয়ে কামৰূপ গ্ৰাম্য জিলাৰ নগৰ বেৰা আৰক্ষী থানাৰ অন্তৰ্গত ২নং উত্তৰ ৰঙাপানি গাঁৱৰ বাসিন্দা ইব্ৰাহিম আলী(৪৩) আৰু ধুবুৰি জিলাৰ ফেকামাৰি আৰক্ষী থানাৰ অন্তৰ্গত পাগ্লাটোলা গাঁৱৰ বাসিন্দা জাকিৰ হুছেইন(৩৪) বুলি চিনাক্ত কৰিছে।

আটকাধীন লোককেইজন মাল্টাৰ সক্ৰিয় কৰ্মী আৰু গোটটোৰ হৈ তেওঁলোকে লিংকমেনৰ কাম কৰি আহিছে বুলি আৰক্ষী জনায়।

আৰক্ষীৰ মতে তেওঁলোক ধন দাবী, ঘাইপথত ডকাইতি, লুট-পাত, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ লগতে বিভিন্ন আপত্তিজনক কাৰ্যৰ সৈতে জড়িত।

ব্যক্তি দুজনৰ পৰা এটা দেশত নিৰ্মিত পিস্তল আৰু চাৰিটা আৰ ডি এছ উদ্ধাৰ কৰা হয়। পিছত তেওঁলোকক ৰঙিয়া আৰক্ষী চকীত গতাই দিয়া হয়।

স্থানীয় লোকে সন্দেহযুক্ত মাল্টা উগ্ৰপন্থী দুজনক আটক কৰাৰ বাবে আৰক্ষীক প্ৰশংসা কৰাৰ লগতে উক্ত গ্ৰেপ্তাৰে অঞ্চলটোত এনেধৰণৰ আপত্তিজনক কাৰ্য ৰোধ কৰিব বুলি আশা প্ৰকাশ কৰে।

Recent News

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd