• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোণাৰি নগৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোণাৰি আঞ্চলিক আছুৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2018 3:37 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

218
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউ জিলাৰ সদৰ চহৰ সোণাৰিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সোণাৰি আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

নগৰখনৰ লাচিত উদ্যানত এক বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে সোণাৰি পৌৰসভা কৰ্তৃপক্ষৰ কৰ্মজ্ঞানহীনতাৰ বাবেই সোণাৰি নগৰৰ উন্নয়ন স্থবিৰ হোৱাৰ লগতে দিনক দিনে নগৰখনত এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে স্বচ্ছ ভাৰতৰ নামত চৰকাৰ-প্ৰসাশনৰ ফালৰ বিভিন্ন সময়ত স্বচ্ছতাৰ অভিযান চলাই থকা দেখা যায় যদিও সোণাৰিকে ধৰি ৰাজ্যৰ কোনো এখন নগৰতে ইয়াৰ বিশেষ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই।

আনহাতে সোণাৰিৰ বাট-পথৰ দুৰৱস্থা, বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা বিকল হৈ থকা, ষ্ট্ৰীট লাইট বিকল হৈ থকা আদি বিভিন্ন সমস্যা সমাধাণৰ দাবীত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই ইতিপুৰ্বে জিলা উপায়ুক্ত তথা পৌৰসভা কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল যদিও আজিলৈকে কোনো ধৰনৰ ব্যৱস্থা লোৱা দেখা নগ’ল।

যাৰ ফলত নগৰখনৰ স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰাৰ লগতে আছুৰ সোণাৰি আঞ্চলিক সমিতিয়ে আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি শীঘ্ৰেই নগৰৰ সমস্যা সমূহ সমাধাণ কৰিবলৈ প্ৰশাসনক দাবী জনায়।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd