• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণাৰীত ৬ নগা যুৱকৰ হোটেলৰ স্বত্ত্বাধিকাৰী, মেনেজাৰ, কৰ্মচাৰীক প্ৰহাৰ

NE NOW NEWS এন ই নাও নিউজ
সোণাৰী , February 18, 2018 6:16 pm

1 min read

সোণাৰীত ৬ নগা যুৱকৰ হোটেলৰ স্বত্ত্বাধিকাৰী, মেনেজাৰ, কৰ্মচাৰীক প্ৰহাৰ
566
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ৬ জন নগা যুৱকে শিৱসাগৰৰ সোণাৰীত এখন হোটেলৰ স্বত্ত্বাধিকাৰীৰ লগতে মেনেজাৰ আৰু হোটেলৰ বাকী কৰ্মচাৰী সকলকো প্ৰহাৰ কৰে।

প্ৰাপ্ত তথ্য মতে শিৱসাগৰৰ সোণাৰী চহৰৰ মাজমজিয়াত অৱস্থিত মা-কালী নামৰ হোটেলখনত ৬ জন নগা যুৱকে ভাত খাইছিল। নগা যুৱক কেইজনৰ হোটেলত ভাত খোৱাৰ বিনিময়ত বিল হৈছিল ৭৫০ টকা আৰু তেওঁলোকে বিল পৰিশেোধ কৰিছিল ৫০০ টকা। ফলত হোটেলৰ স্বত্ত্বাধিকাৰে সম্পূৰ্ণ বিল পৰিশোধ কৰিবলৈ কোৱাত নগা যুৱক কেইজনে হোটেলৰ মেনেজাৰ, স্বত্ত্বাধিকাৰী, কৰ্মচাৰী সকলোকে উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

মন কৰিব লগীয়া যে ঘটনা সংঘটিত কৰি নগা যুৱক কেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ খোজোতেই স্থানীয় ৰাইজে যুৱক কেইজনক ধৰি সোণাৰী আৰক্ষীক চমজাই দিয়ে। অৱশ্যে ইয়াৰে এজন নগা যুৱক পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।

আনহাতে উক্ত নগা যুৱক কেইজনৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোটেলৰ মেনেজাৰ মান্না পালক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd