• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সোণোৱালে নহয় আৰ এচ এচে চলাইছে চৰকাৰ’ : বিধানসভা গেৰুৱাকৰণৰ অভিযোগেৰে বাজেট অধিৱেশনৰ প্ৰথম দিন বৰ্জন কংগ্ৰেছৰ

নবাৰুন গুহ by নবাৰুন গুহ
February 6, 2018 4:43 pm
budget

কংগ্ৰেছৰ বাজেট অধিৱেশন বৰ্জন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ বিধায়কসকলে বিধানসভা গেৰুৱাকৰণ হোৱা বুলি অনা গুৰুতৰ অভিযোগেৰে মঙলবাৰে এক বিশৃংখল পৰিৱেশৰ মাজত আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে চৰকাৰক সমালোচনা কৰি কয়, ‘সৰ্বানন্দ সোণোৱালে নহয় আৰ এচ এচে চৰকাৰ চলাইছে।’

Apply Now

এই প্ৰৱণতাক ‘গভীৰ উদ্বিগ্নতাৰ বিষয়’ৰূপে অভিহিত কৰি গগৈয়ে কয় যে ‘ইয়াৰ পিছত কাইলে তেওঁলোকে সংসদ আৰু নিৰ্বাচন আয়োগ নিয়ন্ত্ৰণ কৰিব খুজিব’।

কংগ্ৰেছ দলে ‘ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰা’ বুলি সদৰী কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেলত কয় যে ৰাজ্যপালৰ ‘ভাষণত চৰকাৰখনক স্বচ্ছ আৰু নিকা বুলি দাবী কৰাৰ বিপৰীতে বাস্তৱটো সম্পূৰ্ণ ওলোটা।’

তেওঁ কয়, ‘চৰকাৰ নিজৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে। ৰাজ্যত অবাধ গতিত বালি, শিল আৰু কাঠৰ অবৈধ চিণ্ডিকে’ট চলি আছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে। শেহতীয়াকৈ ডিমা হাচাওত নিৰীহ প্ৰতিবাদীৰ ওপৰত পুলিচে গুলীচালনা কৰিছে। অথচ এইসমূহ বিষয়ে ৰাজ্যপালৰ ভাষণত ঠাই পোৱা নাই।’

ৰাজ্যৰ মুখ্য সচিব ৱি কে’ পিপাৰচেনিয়াক সমালোচনা কৰি গগৈয়ে কয়, ‘আৰ এচ এচৰ পুতলা পিপাৰচেনিয়াই চৰকাৰ চলাইছে।’

‘আনকি হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক’ গগৈৰ ‘বিৰুদ্ধে অভিযোগ দিওঁতে পিপাৰচেনিয়াক আৰ এচ এছৰ মানুহ বুলিছিল’ বুলি সদৰী কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়, ‘তেতিয়া মই কথাটোত গুৰুত্ব দিয়া নাছিলো কিন্তু এতিয়া বুজিছো যে তেওঁ ঠিকেই কৈছিল।’

চৰকাৰ আৰ এচ এচে পৰিচালিত কৰা বুলি অভিযোগ তুলি কংগ্ৰেছ বিধায়কসকলে অধিৱেশনৰ আৰম্ভণিৰ দিনাৰ পৰম্পৰাগত ফটো আৰু চাহ পৰ্ব বৰ্জন কৰে।

নবাৰুন গুহ

নবাৰুন গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd