• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল চৰকাৰৰ প্ৰতাৰণাৰ কাহিনী সদৌ ভাৰত হিন্দু সন্মিলনত উত্থাপন কৰিব হিন্দু যুৱ ছাত্ৰ পৰিষদে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 2, 2018 11:26 pm
hindu yuva chatra parishad assam
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বানন্দ সোণোৱাল ( Sonowal ) নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে অসম আৰু অসমীয়াক প্ৰতাৰণা কৰিছে আৰু এই বিষয় সদৌ ভাৰত হিন্দু সন্মিলনৰ ৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিব হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে।

পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক প্ৰদীপ কলিতাই আজি ৩ জুনত নৰ্থ ইষ্ট নাও-ক জনাই যে আজি ২ জুনৰপৰা ৮ জুনলৈ গোৱাৰ পোণ্ডাত অনুষ্ঠিত হোৱা সন্মিলনৰ মঞ্চত এই বিষয় উত্থাপন কৰা হ’ব।

Apply Now

‘সোণোৱাল চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত ৰাজ্যখনৰ হিন্দু সমাজৰ ওপৰত পূৰ্ববংগীয় মিঞা মুছলমানৰ অত্যাচাৰ বৃদ্ধিহে পাইছে’ বুলি দাবী কৰি সংগঠনটোৱে সন্মিলনত ‘হিন্দু সমাজৰ ব্যাপক সশস্ত্ৰকৰণ আৰু মুছলমান আগ্ৰাসনৰ বিৰুদ্ধে প্ৰত্যক্ষ কাৰ্যব্যৱস্থাৰ আহ্বানেৰে প্ৰস্তাৱ উত্থাপন কৰিব।’

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা বিবৃতিত সংগঠনটোৱে কয় যে ‘বাংলাদেশী বিতাড়ন’ আৰু ‘অৱস্থাৰ সামগ্ৰিক পৰিৱৰ্তন’ৰ প্ৰতিশ্ৰুতিৰে বিজেপি অসমত শাসনলৈ আহিছিল। কিন্তু সংগঠনটোৱে অভিযোগ বাংলাদেশী মুছলমানৰ অত্যাচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত সোণোৱাল চৰকাৰ ব্যৰ্থ হৈছে।

আনহাতে ‘নৰেন্দ্ৰ মোদী চৰকাৰে অসমৰ ছশ একৰ ভূমিকে ধৰি দেশৰ দহ হাজাৰ ছশ একৰ ভূমি বাংলাদেশক অৰ্পণ কৰি চৰম দেশদ্ৰোহিতাৰ পৰিচয় দিয়াৰ লগতে অসমবাসীক আন এক প্ৰতাৰণা কৰা’ বুলিও সংগঠনটোৱে অভিযোগ কৰে।

সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে পৰিষদৰ সভাপতি বলেন বৈশ্য আৰু প্ৰচাৰ সম্পাদক প্ৰদীপ কলিতাই ৩ জুনত গোৱা অভিমুখে ৰাওনা হ’ব।

সদৌ ভাৰত হিন্দু সন্মিলনত ভাৰতৰ উপৰি বাংলাদেশ, নেপাল, শ্ৰীলংকাৰ ছয় শতাধিক প্ৰতিনিধিয়ে অংশ ল’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd