• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোপাধৰা! তেজপুৰত ৰাতি শূন্যলৈ গুলী চলাইহে ৰাইজৰ ৰোষৰ পৰা বাচিল আৰক্ষীৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2018 10:44 pm
Assam police

প্ৰতিনিধিত্বমূলক ছবি

171
VIEWS
Share on FacebookShare on Twitter

সোপাধৰাৰ ভুৱা খবৰে কাৰ্বি আংলঙত ঘটোৱা ভয়ংকৰ ঘটনাৰ পিছতো শাম কটা নাই ৰাইজৰ শংকা। আতংকিত অসমৰ ৰাইজে নিজ এলেকাত দেখা যিকোনো অচিনাকি লোককে সন্দেহ কৰাৰ ফলত তেজপুৰ মিছামাৰীৰ ভেৰভেৰি গাঁৱত ১১ জুনৰ ৰাতি তহলদাৰী আৰক্ষীৰ দল এটাকে গাওঁবাসীয়ে আটক কৰাৰ পিছত গুলী চলাই ৰাইজৰ ৰোষৰ পৰা বাচিব লগা হৈছে আৰক্ষী দল।

মিছামাৰী আৰক্ষীৰ দলটো অহা গাড়ীখনত, ৰাইজৰ অভিযোগমতে, কোনো নম্বৰ প্লে’ট নথকাৰ বাবে চাৰিজনীয়া দলটোলৈ সন্দেহ ওপজে গাওঁবাসীৰ।

গাঁৱৰ এজন লোকে সংবাদ মাধ্যমৰ আগত কয় ‘নম্বৰ প্লে’ট নলগোৱা গাড়ীত আৰক্ষীৰ পোচাকতটো যিকোনো লোক আহিব পাৰে।’

আৰক্ষী দলটোৰ লগত ৰাইজৰ তৰ্কাতকি লাগি পৰিস্থিতি উত্তপ্ত হোৱাত মিছামাৰী থানাৰ আৰক্ষী বিষয়া শ্যাম তেৰঙে শূন্যলৈ গুলী চলাই পলাবলৈ বাধ্য হয়। দৌৰাদৌৰিত আৰক্ষী বিষয়াজনে আনকি নিজৰ আৰক্ষী চোলাটোও এৰি যায়।

ঘটনাথলী ভেৰভেৰি গাঁৱত আজি উপস্থিত শীৰ্ষ বিষয়াসকলে এক সভাযোগে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায়। শোণিতপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই ঘটনাত জৰিতসকলক ‘কঠোৰ শাস্তি’ দিয়া হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ বিপৰীতে জিলা উপায়ুক্তই ৰাইজক ‘আতংকিত’ নহ’বলৈ ‘সজাগ’ কৰাৰ চেষ্টা কৰাৰ কথা কয়।

ঘটনাথলীত শোণিতপুৰ আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আজি ১২ জুনত ৰাতি আৰক্ষী বিষয়াজনে চলোৱা গুলী দুটাৰ খোলা আৰু বিষয়াজনৰ পোচাক উদ্ধাৰ কৰে।

মিছামাৰীৰ ঘটনাটোৱে ভুৱা বাতৰিয়ে ৰাজ্যজুৰি ৰাইজৰ মাজত বিয়পোৱা আতংক যে এতিয়াও মাৰ যোৱা নাই সেয়াই প্ৰতীয়মান কৰিলে বুলি বিবেচিত হৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd