DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোমবাৰে মঙলদৈবাসীয়ে সম্বৰ্ধনা জনাব বিশিষ্ট ইংৰাজী লেখক অৰূপ কুমাৰ দত্তক

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
February 11, 2018 6:25 pm
Arup-Kr-Dutta file photo
150
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি প্ৰাপ্ত প্ৰসিদ্ধ ইংৰাজী লেখক তথা সাংবাদিক অৰূপ কুমাৰ দত্ত এই বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত হোৱা কাৰণে সোমবাৰে সন্ধিয়া মঙলদৈবাসীয়ে লেখকগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনাব।

মঙলদৈ সংবাদ গোষ্ঠীয়ে বিশিষ্ট ইংৰাজী লেখকগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মঙলদৈ সনাতন ধৰ্ম সভাগৃহত সোমবাৰে সন্ধিয়া এক বিশেষ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে।

উল্লেখযোগ্য যে অৰূপ কুমাৰ দত্ত গুৱাহাটীৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু তেওঁ ৩০ খনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰিছে।

ইয়াৰ উপৰি ১৯৭৯ চনত শংকৰ বঁটা লাভ কৰাৰ লগতে তেওঁ আন বহুকেইটা বঁটা লাভ কৰিবলৈও সক্ষম হৈছে।

আনহাতে তেওঁ লিখা উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল ‘দ্য ব্ৰহ্মপুত্ৰ’, ‘চা গৰম : দ্য টি ষ্ট’ৰী’, ইউনিকৰ্ণিছ : দ্য গ্ৰেট ইণ্ডিয়ান ৰাইন’চৰাছ। প্ৰসিদ্ধ লেখকগৰাকীয়ে বিভিন্ন বিষয়ৰ গ্ৰন্থৰ উপৰি সংগীতজ্ঞ, গায়ক তথা চলচ্চিত্ৰ নিৰ্মাতা ভূপেন হাজৰিকাৰ এখন জীৱনীমূলক গ্ৰন্থ ‘দ্য ৰ’ভিং মিনিষ্ট্ৰেল’ও ৰচনা কৰে। ‘অংগৰিকা’ছ ছোৱনাছং’ হৈছে দত্তৰ এখন উপন্যাস।

পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত হোৱা এই প্ৰসিদ্ধ লেখকগৰাকীয়ে তেওঁক দিয়া সন্মানৰ বাবে যথেষ্ট আনন্দিত বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

সোমবাৰে অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট লেখক ধ্ৰুব হাজৰিকাৰ লগতে অন্যান্য বহুতো লোক উপস্থিত থাকিব।

Recent News

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd