• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোমবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ গঁড় গণনা

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
March 26, 2018 8:39 pm
One_horn_Rhino_in_Kaziranga_national_park-570x320
162
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ তিনিবছৰৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গঁড় গণনা প্ৰক্ৰিয়া। গঁড় নিধনৰ বাবে সততে বাতৰিৰ শিৰোনাম দখল কৰি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এইবাৰৰ গঁড় গণনাই বিশেষ তাৎপৰ্য বহন কৰিব। কিয়নো উদ্যানখনত গঁড়ৰ অৱস্থিতি কিমান সেয়া প্ৰকৃতি প্ৰেমীসকলে জানিবলৈ কৌতুহলেৰে বাট চায় আছে।

‘গঁড় গণনাৰ বাবে সমগ্ৰ উদ্যানখনক ৭৪টা কম্পাৰ্টমেণ্টত ভাগ কৰি লোৱা হৈছে। ৭৪টা কম্পাৰ্টমেণ্টৰ ভিতৰত ৩৬টা কম্পাৰ্টমেণ্টতে আজি অতি সুকলমে গঁড় গণনা সম্পন্ন হৈছে। আৰু বাকী থকা কম্পাৰ্টমেণ্ট কেইটাত কাইলৈ গণনা সম্পূৰ্ণ হ’ব। ১৫০গৰাকী লোকে গঁড় গণনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে’, বুলি সদৰী কৰে বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াই।

আনহাতে তেওঁ পুনৰ উল্লেখ কৰি কয় যে এই বছৰ আমি গঁড়ৰ সঠিক উপস্থিতি নিৰূপন কৰাৰ বাবে জিপিএছ পদ্ধতি অৱলম্বন কৰিছো। আৰু এই বছৰৰ গঁড় গণনাৰ অন্তত পোৱা চূড়ান্ত সংখ্যা মঙলবাৰে সন্ধিয়া বা বুধবাৰে ৰাতিপুৱা প্ৰকাশ কৰা হ’ব।

৪২,৯৯৬ হেক্টৰে আৱৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে পৃথিৱীৰ একমাত্ৰ উদ্যান য’ত আটাইতকৈ বেছি এশিঙীয়া গঁড়ৰ অৱস্থিতি পোৱা যায়।

উল্লেখ্য যে এই গঁড় গণনা কাৰ্যসূচী প্ৰতি তিনিবছৰৰ অন্তৰালত অনুষ্ঠিত হয় আৰু পূৰ্বৰ ২০১৫ বৰ্ষত হোৱা গঁড় গণনা প্ৰক্ৰিয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত ২,৪০১টা গঁড়ৰ অৱস্থিতি পোৱা গৈছিল।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd