• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

স্থলপথেৰে ইটানগৰৰ পৰা ছিয়াঙত উপস্থিত হ’ল অৰুণাচলৰ ৰাজ্যপাল

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
May 9, 2018 3:23 pm
Arunachal Governor welcomed at Siang district during his visit
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই মঙলবাৰে অৰুণাচলৰ ছিয়াং জিলা ভ্ৰমণ কৰে। ৰাজ্যখনৰ প্ৰথম মহিলা তেওঁৰ সহধৰ্মিণী নীলম মিশ্ৰৰ সৈতে ইটানগৰৰ পৰা পৰা স্থলপথেৰে পাংগিনত আহি উপস্থিত হয় আৰু তাত এক বিৰাট জন সমাৱেশত ভাষণ প্ৰদান কৰে।

ৰাজ্যপালগৰাকীয়ে  ৰাজহুৱা প্ৰকল্প আৰু আঁচনিসমূহ কাৰ্যকৰী কৰাৰ সময়ত স্পষ্টতা, দায়িত্ববোধ, নিৰৱচ্চিন্নভাৱে, পুনৰীক্ষণ কৰা, পৰিদৰ্শন কৰা আৰু প্ৰয়োজনত মাজতে সংশোধন কৰা আদিত প্ৰত্যেকগৰাকী নাগৰিককে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। তেওঁ উন্নয়নৰ সৈতে জড়িত কাৰ্যাৱলী মেধাৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ ওপৰত জোৰ দিয়ে।

Apply Now

স্বাস্থ্য আৰু শিক্ষাক দুটা অতি প্ৰয়োজনীয় স্তম্ভ হিচাপে আখ্যা দি ৰাজ্যপালগৰাকীয়ে কন্যা শিশুৰ শিক্ষাৰ ওপৰত বিশেষ জোৰ দিয়ে। তেওঁ আৰু কয় যে স্বাক্ষৰ আৰু স্বাস্থ্যৱতী নাৰীয়ে অতীতৰ সমাজতকৈ ভৱিষ্যতৰ সমাজ, ৰাজ্য আৰু দেশ অধিক ভালকৈ গঢ় দিবলৈ সক্ষম হ’ব।

ৰাজ্যপালগৰাকীয়ে আৰু কয় যে স্থলপথ যোগাযোগ আৰু তথ্য-প্ৰযুক্তি আৰু মোবাইল সংযোগ হৈছে আটাইতকৈ প্ৰয়োজনীয় আৰু ইয়াৰ আন্তৰ্গাঁথনি সম্পৰ্কীয় কামসমূহ সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগ কৰাৰ বাবে জনসাধাৰণক উপদেশ দিয়ে।

ৰাজ্যপালগৰাকীয়ে ৰাজ্যখৰ ২,০০০ৰো অধিক যুৱকক সেনা বাহিনীত ভৰ্তি কৰাৰ লক্ষ্যৰ কথা প্ৰকাশ কৰে। জননেতা, গাঁওবুঢ়া, পঞ্চায়ত নেতা আৰু চৰকাৰী কৰ্মচাৰীসকলক যোগ্য যুৱকসকলক সেনাবাহিনীত ভৰ্তি হোৱাৰ বাবে উৎসাহ দিবলৈ আৰু প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। যুৱচামৰ মাজত সাক্ষৰতাৰ মান উৰ্ধগামী কৰাৰ বাবে আহ্বান জনায়।

গাঁওবুঢ়াসকলৰ প্ৰতি সন্মানৰ চিন স্বৰূপে জিলাখনৰ বয়োজ্যেষ্ঠ গাঁওবুঢ়া ৭৮বছৰীয়া তামেং মেছাৰক এটা ৰঙা কোট উপহাৰ দিয়ে।

এই অনুষ্ঠানত ৰাজ্যিক শক্তি উদ্যোগ মন্ত্ৰী তামিও তাগা আৰু স্থানীয় বিধায়ক তাপাং তালোহেও ভাষণ প্ৰদান কৰিছিল।

সাংস্কৃতিক ঐতিহ্যক তুলি ধৰা এটা হ্ৰস্ব দীৰ্ঘৰ সাংস্কৃতিক আনুস্থানৰো অয়োজন কৰা হৈছিল।

ইটানগৰৰ পৰা পাংগিনলৈ অহাৰ বাটত ৰাজ্যপালগৰাকীয়ে য়েমবাঙত গাণওবুঢ়াসকলৰ সৈতে মত বিনিময় কৰে আৰু চৰকাৰী পূঁজিৰ সদ্‌ব্যৱহাৰ কৰি শাসনকাৰ্যত সহায় কৰা আৰু ৬বছৰৰ ওপৰৰ সকলো শিশু বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

ৰাজ্যপালে খাৰদুঙৰ তাপাং তামুকত থকা ঝুম খেতিৰ পামত উপস্থিত হৈ তাৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কৃষকসকলক বছৰত দুটাকৈ খেতি কৰা আৰু নগদী শস্যৰ খেতি কৰিবলৈ উদগনি দিয়ে। কৃষকৰ উপাৰ্জন দুগুণ কৰাত সহায় কৰাৰ বাবে ৰাজ্যপালে কৃষি আৰু উদ্যানশস্য বিভাগৰ বিষয়াসকলক অদেশ দিয়ে।

প্ৰণব কুমাৰ দাস

প্ৰণব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd