DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্থানীয় চিকিৎসক-আক্ৰাছুৱে বঙাইগাঁৱত আটক কৰিলে মুন্না ভাই এম বি বি এছক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 2:14 pm
স্থানীয় চিকিৎসক-আক্ৰাছুৱে বঙাইগাঁৱত আটক কৰিলে মুন্না ভাই এম বি বি এছক
105
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ মায়াপুৰীৰ লক্ষী মেডিকেল নামৰ এখন ফৰ্মাচীৰ পৰা আজি আক্ৰাছুৱে এগৰাকী মুন্না ভাই এম বি বি এছক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ মায়াপুৰীৰ লক্ষী মেডিকেল নামৰ ফাৰ্মাচীখনত বিগত কেইবামাহ ধৰি ডাঃ ডি ভট্টাচাৰ্য্য নামৰ এজন ভুৱা চিকিৎসকে চিকিৎসা প্ৰদান কৰি আহিছিল।

কিন্তু স্থানীয় কেইবাগৰাকী চিকিৎসক আৰু আক্ৰাছু সদস্যৰ চিকিৎসকজনৰ ওপৰত সন্দেহ হোৱাত আজি চিকিৎসকজনক সোধ-পোছ কৰাত তেওঁ কোনো চিকিৎসকৰ প্ৰমাণপত্ৰ দেখুৱাব নোৱাৰাত লগে লগে চিকিৎসকজনক আৰক্ষীক চমজাই দিয়ে।

প্ৰাপ্ত তথ্য মতে ভুৱা চিকিৎসকজনে একাধিক ডিগ্ৰী প্ৰদৰ্শন কৰিলেও ডিগ্ৰী সমূহ সম্পূৰ্ণ ভুৱা বুলি স্থানীয় চিকিৎসক আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ বঙাইগাঁও শাখাৰ তৰফৰ পৰা জানিবলৈ দিয়ে৷

আনহাতে স্থানীয় সচেতন লোকে এগৰাকী ভুৱা চিকিৎসকে সাধাৰণ ৰাইজক আভুৱা ভাঁৰি তথা মানৱ জীৱনক লৈ হেতালি খেলা কাৰ্যক তীব্ৰভাৱে গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্তশাস্তি প্ৰদান কৰাৰ দাবী জনায়।

Recent News

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Gyanvapi Mosque

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

petroldiesel_3

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে যুৱকক হত্যাৰ অভিযোগ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে যুৱকক হত্যাৰ অভিযোগ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd