DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাধীনতাৰ সংগ্ৰামক আগুৱাই নিয়াৰ অংগীকাৰেৰে ফেচবুকত আত্মপ্ৰকাশ আলফা স্বাধীনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 1:38 pm
ATTACHMENT
122
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতাৰ সংগ্ৰামক আগুৱাই নিয়াৰ অংগীকাৰেৰে  ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত আত্মপ্ৰকাশ কৰিলে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা স্বাধীনে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিযোগে সংগঠনটোৱে কয়— ‘সময় তথা অলেখ শুভাকাংক্ষীৰ আন্তৰিক দাবীক সৰোগত কৰি সামাজিক যোগাযোগ মাধ্যমকো আমাৰ আপোচহীন সংগ্ৰামী যাত্ৰাৰ সংগী হিচাপে লোৱাৰ মানসেৰে আমি তথা সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ প্ৰচাৰ বিভাগৰ পৰা নতুনকৈ ফেচবুকৰ জগতত ভৰি থোৱাৰ প্ৰয়াস কৰিছো। যদিও আমাৰ প্ৰকৃত ঠিকনা হ’ল অসমৰ থলগিৰি ৰাইজৰ উমাল বুকু। এই আপাহতে অসমৰ থলগিৰি ৰাইজৰ প্ৰতি আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো’।

উল্লেখযোগ্য যে বিবৃতিটোযোগে আলফা স্বাধীনে ফেচবুক তেওঁলোকৰ বাবে ওমলা ঘৰ নহয় বুলি প্ৰকাশ কৰি ইয়াৰ ব্যাপ্তিও সীমিত হ’ব বুলি উল্লেখ কৰে।

ফেচবুকত আলফা স্বাধীনৰ আত্মপ্ৰকাশৰ পাছত এতিয়াৰ পৰা সংগঠনটোৰ বিবৃতি সমূহ ছ’চিয়েল নেটৱৰ্কিং ছাইটত উপলব্ধ হ’ব।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আলফা স্বাধীনৰ দীৰ্ঘদিনীয়া ইতিহাসত ছ’চিয়েল মিডিয়ালৈ অহাৰ নজিৰ নাই।সেয়েহে এইবাৰ পোন প্ৰথমবাৰৰ বাবে বিদ্ৰোহী সংগঠনটোৱে ফেচবুকত আত্মপ্ৰকাশ কৰি কি বাৰ্তা দিয়ে সেয়া লক্ষণীয় হ’ব। অৱশ্যে বিবৃতিটোযোগে আলফা স্বাধীনে এয়া তেওঁলোকৰ বাবে এক নতুন সম্পৰীক্ষা বুলি প্ৰকাশ কৰিছে।

 

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd