• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2018 7:56 am
thengal kachari
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ছেটেলাইট পদ্ধতিত গঠন হোৱা স্বায়ত্ত শাসিত পৰিষদসমূহক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে।

তিৱা, ৰাভা, মিচিং, দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী স্বায়ত্ত্ব পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে এখন কেবিনেট উপ-সমিতি গঠন কৰিব।

Apply Now

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ইয়াৰ দ্বিতীয়টো কাৰ্যকালত গঠন কৰা কেবিনেট উপ-সমিতিয়ে ২০১০ ৰ ১৭ জুলাইত দাখিল কৰা প্ৰতিবেদনখন চৰকাৰে ছবছৰ ধৰি পেলাই ৰাখিছিল।

উক্ত কেবিনেট উপ-সমিতিয়ে ছটা জনগোষ্ঠীৰ বাবে গঠন কৰা সুকীয়া স্বায়ত্ত্ব পৰিষদ কেইখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগক পৰামৰ্শ দিছিল।

কেবিনেট উপ-সমিতিৰ উক্ত পৰামৰ্শ সম্পৰ্কত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ নেতৃত্বই অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল।

উক্ত স্বায়ত্ত্ব শাসিত পৰিষদকেইখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো পুনৰ চালি জাৰি চোৱাৰ বাবে ৰাজ্য চৰকাৰে এখন কেবিনেট উপ-সমিতি গঠন কৰিব বুলি জানিব পৰা গৈছে।

পূৰ্বৰ কেবিনেট উপ-সমিতিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰ আৰ্হিত তিনি তৰপীয়া অৰ্থাৎ গাঁও পঞ্চায়তৰ দৰে গাঁও পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ দৰে আঞ্চলিক পৰিষদ গঠনৰো পৰামৰ্শ দিছিল যদিও সেয়া চৰকাৰে কাৰ্যকৰী নকৰিলে।

বৰ্তমান অকল স্বায়ত্ত্ব পৰিষদৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হয়। তদুপৰি, যিকেইটা জনগোষ্ঠীৰ স্বায়ত্ত্ব পৰিষদ গঠন কৰা হৈছে সেই জনগোষ্ঠীৰ লোক সংশ্লিষ্ট পৰিষদৰ এলেকাৰ বাহিৰতো বাস কৰি আছে আৰু তেওঁলোক পৰিষদীয় ব্যৱস্থাৰ আওতাত পৰা নাই।

স্বায়ত্ত্ব পৰিষদ এলেকাৰ বাহিৰত থকা সেই জনগোষ্ঠীৰ লোকসকলোকো সামৰি ৰাজ্য চৰকাৰে স্বায়ত্ত্ব পৰিষদ গঠন কৰিব বিচাৰিছে। এই ক্ষেত্ৰত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগে সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলৰ পৰা প্ৰতিবেদন বিচাৰিছে বুলি এক সূত্ৰই জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd