• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বয়ং মুখ্য মন্ত্ৰীৰ দায়িত্বত থকা বিভাগে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মোকলাই দিয়া নাই ধন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 22, 2018 5:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা পাৰ্বত্য অঞ্চল বিভাগে ধন মোকলাই দিয়া নাই।

মুখ্য মন্ত্ৰীয়ে সু-শাসন (good governance) আৰু কঠোৰ পৰিশ্ৰমৰ কথা দোহাৰি অহাৰ বিপৰীতে ডিমা হাচাও জিলাৰ উপায়ুক্তই অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিবলৈ ১৭ ফেব্ৰুৱাৰিত প্ৰেৰণ কৰা NCH/EL/DC-1/2017-18/6047-50 পত্ৰই বিপৰীত ছবি এখনহে স্পষ্ট কৰি দিছে।

Apply Now

২০১৮ চনত হ’ব লগা নিৰ্বাচন বাদেই ২০১৩ চনত হৈ যোৱা পৰিষদীয় নিৰ্বাচনৰ ধনো চৰকাৰে আজিলৈকে মুকলি কৰি দিয়া নাই বুলি জানিব পৰা গৈছে।

পত্ৰখনত কোৱা হৈছে যে ডিমা হাচাও উপায়ুক্তই ‘বহুবাৰ যোগাযোগ কৰাৰ পিছতো আজিলৈকে (পত্ৰ প্ৰেৰণৰ দিনালৈকে) অসম চৰকাৰৰ পাৰ্বত্য অঞ্চল বিভাগে পৰিষদখনৰ ২০১৩ চনৰ হৈ যোৱা নিৰ্বাচনৰ লগতে ২০১৮ চনত হ’ব লগা আহি থকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ধন মোকলাই দিয়া নাই।’

 

ৰাজ্যিক নিৰ্বাচন আয়োগে ‘সেয়ে ৰাজ্যিক নিৰ্বাচন আয়োগে জৰুৰীভাৱে বিষয়টো চৰকাৰক উত্থাপন কৰিব পাৰে’ আৰু ‘শীঘ্ৰে ধনৰ ব্যৱস্থা কৰাৰ বাবে বিষয়টো দিচপুৰৰ পাৰ্বত্য অঞ্চল বিভাগক’ প্ৰস্তাৱ কৰিব পাৰে বুলি উপায়ুক্তগৰাকীৰ পত্ৰত কোৱা হৈছে।

বৰ্তমানৰ ‘পৰিষদখনৰ কাৰ্য্যকাল ৩ জুনত শেষ হ’ব’ আৰু ‘পূৰ্বৰ দৰে ২৮ সমষ্টিতে’ পৰৱৰ্তী পৰিষদীয় নিৰ্বাচন চলিত বছৰৰ ‘মে’ মাহত অনুষ্ঠিত হ’ব লাগে’ বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কোৱা অনুসৰি ‘নিয়মমতে ভোটাৰ তালিকাৰ কাম ২২ মাৰ্চৰ পৰা আৰম্ভ কৰিব পাৰি’।

জিলা উপায়ুক্তগৰাকীয়ে ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিবেচনাৰ্থে এখন খচৰা নিৰ্বাচনী সূচীও প্ৰস্তুত কৰিছে। এই তালিকাত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন হিচাপে ২৩ এপ্ৰিল, মনোনয়ন দাখিলৰ দিন হিচাপে ৩০ এপ্ৰিলৰ পৰা ৬ মে’, ভোটদানৰ দিন হিচাপে ১৯ মে’ আৰু ২৪ মে’ক ভোট গণনাৰ দিন হিচাপে প্ৰস্তাৱ কৰা হৈছে।

উপায়ুক্তগৰাকীৰ এই পত্ৰ অসম চৰকাৰৰ পাৰ্বত্য অঞ্চল বিভাগ আৰু বিত্ত বিভাগৰ আয়ুক্ত আৰু সচিবৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য সচিবৰ ‘জ্ঞাতাৰ্থে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে’ প্ৰেৰণ কৰা হৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd