• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বৰ্ণ কমল আৰু ৰজত কমল বঁটা প্ৰাপক পৰিচালক-পৰিচালিকাক সম্বৰ্ধনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 9:32 pm
মুখ্য মন্ত্ৰী
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ আৰু উৎপল বৰপূজাৰীৰ ইশ্বুলে আমালৈ যি গৌৰৱ কঢ়িয়াই আনিছে তাৰ বাবে মই এই দুয়ো গৰাকী পৰিচালককে আন্তৰিক অভিনন্দন জনাইছো। অসমীয়া চলচ্চিত্ৰৰ যি দক্ষতা, দৃঢ়তা আৰু সৌন্দৰ্য আছে সি এতিয়া প্ৰমাণিত হৈছে। আগন্তুক দিনত আমাৰ উঠি অহা ছবি নিৰ্মাতা সকলে কেৱল বলিউডে নহয়, হলিউড জয় কৰা চিনেমা নিৰ্মাণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰচেষ্টাত ব্ৰতী হ’ব লাগিব।’

Apply Now

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম পৰিসীমিতৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সদ্যঘোষিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমলৈ বিভিন্ন শিতানত গৌৰৱ কঢ়িয়াই অনা বঁটা বিজয়ী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

 

অনুষ্ঠানত মুখ্য মন্ত্ৰী গৰাকীয়ে এই চলচ্চিত্ৰ দুখনৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে অসমৰ প্ৰকৃতি, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিৰ বিষয়ে জ্ঞাত হৈছে বুলি কয়।

ভিলেজ ৰকষ্টাৰ্ছৰ জৰিয়তে শিশু শিল্পী সকলে ছয়গাঁৱৰ নাম বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰিছে বুলি উল্লেখ কৰি এই ছবিখনে অসমৰ গ্ৰাম্য সমাজৰ উপযুক্ত প্ৰতিফলন ঘটাইছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

অনুষ্ঠানত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম পৰিসীমিতৰ অধ্যক্ষ যতীন বৰাই মুখ্য মন্ত্ৰী নিৰ্দেশৰ ভিত্তিত নিগমৰ অধীনত ৰাজ্যৰ চলচ্চিত্ৰৰ উন্নয়নৰ দিশত বহু সংখ্যক পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে বুলি উল্লেখ কৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ভিলেজ ৰকষ্টাৰ্ছৰ পৰিচালিকা তথা স্বৰ্ণ কমল বঁটা লাভ কৰা ৰীমা দাসক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ উপৰি ২ লাখ টকাৰ চেক প্ৰদান কৰে। একেদৰে ৰজত কমল বঁটা লাভ কৰা ইশ্বু ছবিৰ পৰিচালক উৎপল বৰপূজাৰীক সম্বৰ্ধনা জনোৱাৰ উপৰি ১.৫ লাখ টকাৰ চেক প্ৰদান কৰে।

 

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে শ্ৰেষ্ঠ শিশু শিল্পী বঁটা লাভ কৰা ভনিতা দাস আৰু শ্ৰেষ্ঠ লোকেশ্যনেল চাউণ্ড ৰেৰ্কডিষ্টৰ বঁটা লাভ কৰা শিল্পী গৰাকীকো ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে ছবি দুখনৰ আন আন শিল্পী সকলক মুখ্য মন্ত্ৰী গৰাকীয়ে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd