DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হঠাৎ অসুস্থ : জনপ্ৰিয় অভিনেতা আকাশদ্বীপ চিকিৎসাধীন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2018 7:45 am
আকাশদ্বীপ ডেকা
283
VIEWS
Share on FacebookShare on Twitter

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা তথা বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী আকাশদ্বীপ ডেকা বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে।

উচ্চ ৰক্তচাপজনিত কাৰণত মঙলবাৰে ষ্ট্ৰ’ক হোৱাৰ পাছত তেওঁক দিছপুৰস্থিত জি  এন আৰ চি সাস্পাতলত ভৰ্তি কৰা হৈছে। সম্প্ৰতি তেওঁ চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি হৈ আছে।  চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে তেওঁ এতিয়াও সংকটমুক্ত হোৱা নাই আৰু চিকিৎসকসকলে আৰোগ্য কৰি তুলিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বহুকেইখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ লগতে বহুসংখ্যক ভিচিডিত অভিনয় কৰা অভিনেতা আকাশদীপ ডেকাই ২০১২ চনত মুক্তি লাভ কৰা ‘বাঁকৰ পুতেক’ আৰু ২০১৬ চনত মুক্তি লাভ কৰা ‘গানে কি আনে’ নামৰ ছবি দুখনৰ বাবে অধিক পৰিচিত হৈ পৰে।

লক্ষণীয়ভাৱে বাঁকৰ পুতেক নামৰ ছবিখনত তেওঁৰ পত্নীৰ ভূমিকাত অভিনয় কৰিছিল আঙুৰলতা ডেকাই। পৰৱৰ্তী সময়ত ২০১৫ চনত দুয়ো বিবাহপাশত আবদ্ধ হয়। ইফালে, বিজেপিত যোগ দি বটদ্ৰৱা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয় অভিনেত্ৰী আঙুৰলতা ডেকাই।

অভিনেতা আকাশদ্বীপ হঠাৎ অসুস্থ হৈ পৰি চিকিৎসালয়ত ভৰ্তি হোৱাত উদ্বিগ্ন হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল। সৰু পৰ্দাত বিহুসুৰীয়া গীতৰ ভিচিডিসমূহৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মৰ অতি পৰিচিত হৈ পৰা আকাশদ্বীপৰ তেওঁলোকে আশু আৰোগ্য কামনা কৰিছে।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd