• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতে সংঘটিত দুটাকৈ পৃথক ঘটনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2018 12:55 pm

1 min read

hslc assam seba

হাইস্কুল শিক্ষান্ত পৰীক্ষা

139
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত শুকুৰবাৰে আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতে দুটাকৈ পৃথক ঘটনা সংঘটিত হয়। ইয়াৰে প্ৰথমটো দক্ষিণ কামৰূপত আৰু আনটো লংকাত সংঘটিত হয় ।

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চলি থকাৰ সময়তে দক্ষিণ কামৰূপৰ সোণতলীতএজন  ভুৱা পৰীক্ষাৰ্থীক আটক কৰে। এডমিট নোহোৱাকৈ পৰীক্ষাত বহা পৰীক্ষাৰ্থীজনৰ নাম ফকৰ আলী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে ফকৰ আলীক পৰীক্ষা দিয়াৰ সুবিধা কৰি দিয়াৰ বাবদ কেৰাণীজনে ৩ হাজাৰ টকাৰ উৎকোচ লোৱা বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে লংকাতো ভুৱা মেট্ৰিক পৰীক্ষাৰ্থী আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ছিষ্টাৰ নিবেদিতা গাৰ্লছ হাইস্কুলৰ পৰা আটক কৰা হয় মজিবুৰ ৰহমান নামৰ ভুৱা পৰীক্ষাৰ্থীজনক। এডমিট কাৰ্ড জালিয়াতিৰে পৰীক্ষাত বহিছিল মজিবুৰে।

সমগ্ৰ জালিয়াতিৰ ঘটনাটো কেন্দ্ৰটোৰ নিৰীক্ষকৰ তৎপৰতাত পোহৰলৈ আহে। পিছত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ ভুৱা পৰীক্ষাৰ্থীজনক আটক কৰে।

 

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd