• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান নগাঁৱৰ ৰাজশ্ৰী নন্দিনী কাকতিৰ, দশম স্থানত নাইমা ফিৰদৌচ বৰভূঞা আৰু ভাৰ্গৱজ্যোতি দাসৰ

মিন্টূ দাস by মিন্টূ দাস
May 25, 2018 1:57 pm
a3001015558481e2e3c55e35e8bfc965

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা ৰাজশ্ৰী নন্দিনী কাকতিয়ে অধ্যয়ন কৰা খ্ৰীষ্টজ্যোতি স্কুল। ফাইল ফটো

186
VIEWS
Share on FacebookShare on Twitter

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ বিতৰত স্থান লাভ কৰিব জিলাকনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰা নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰী ৰাজশ্ৰী নন্দিনী কাকতিয়ে ৷ তেওঁ সৰ্বমুঠ ৫৯০ নম্বৰ লাভ কৰিছে ৷ নগাঁও পুলিচ ৰিজাৰ্ভৰ বাসিন্দা নাৰায়ণ কাকতি আৰু মঞ্জু শইকীয়াৰ জীয়ৰী ৰাজশ্ৰী ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দশম স্থান লাভ কৰিছে জিলাখনৰ নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী নাইমা ফিৰদৌচ বৰভূঞাই ৷ তেওঁ সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰিছে ৷ নাইমা নীলবাগানৰ এনামুদ্দিন বৰভূঞা আৰু হবিবা বেগমৰ জীয়ৰী। তেওঁৰ পিতৃ-মাতৃ দুয়ো এম ই স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী।

একেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দশম স্থান লাভ কৰিছে জিলাখনৰে ৰহাৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ ছাত্ৰ ভাৰ্গৱজ্যোতি দাসে। তেওঁ সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰিছে ৷ ভাৰ্গৱ ৰহাৰ পুলিন দাস আৰু ৰেখামণি দাসৰ পুত্ৰ। পিতৃ পুলিন দাস ৰহা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ সহায়ক হিচাপে কৰ্মৰত।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd