• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাউলীত অধিবক্তাৰ ভাড়াঘৰত চলি থকা নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত

NE NOW NEWS আনিছুজ জামান
হাউলী , July 24, 2018 9:45 pm

1 min read

হাউলীত অধিবক্তাৰ ভাড়াঘৰত চলি থকা নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত
82
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ হাউলীৰ এজন অধিবক্তাৰ ভাড়াঘৰৰ পৰা স্থানীয় ৰাইজে কালি নিশা অভিযান চলায় এটা নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত কৰে।

স্থানীয় ৰাইজে অভিযানকালত তিনি গৰাকী যুৱতীসহ এজন যুৱকক আটক কৰি হাউলী আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ হাউলীৰ ১ নং ৱাৰ্ডৰ অধীনৰ জলজলীত স্থানীয় এজন অধিবক্তাৰ ভাড়াঘৰত ধৃত তিনি গৰাকী যুৱতীয়ে দেহ ব্যৱসায় চলাই আহিছিল।

মন কৰিব লগীয়া যে এজন অধিবক্তাৰ ঘৰতে এনেদৰে যুৱতীয়ে নাৰী দেহ ব্যৱসায় চলাই অহাত স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰাৰ লগতে স্থানীয় ৰাইজে অধিবক্তা গৰাকীক এই সম্পৰ্কত কেইবাৰে সকীয়নি প্ৰদান কৰিছিল। কিন্তু অধিবক্তা গৰাকীয়ে এই সম্পৰ্কত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। ফলত স্থানীয় ৰাইজে কালি নিশা অভিযান চলাবলৈ বাধ্য হয়।

আনহাতে ধৃত তিনিগৰাকী যুৱতী বৰপেটা জিলাৰ কয়াকুচি, কলগাছিয়া আৰু পাকাবেতবাৰী গাঁৱৰ নিৱাসী বুলি জানিব পৰা গৈছে। লগতে আটকাধীন যুৱকজন বৰপেটাৰ পালহাজী গাঁৱৰ ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে স্থানীয় ৰাইজৰ হৈ আনোৱাৰা খাতুন নামৰ এগৰাকী মহিলাই আটকাধীন যুৱক-যুৱতী আৰু ভাড়াঘৰটোৰ মালিক তথা অধিবক্তা গৰাকীৰ বিৰুদ্ধে হাউলী থানাত এজাহাৰ দাখিল কৰে। আৰু আৰক্ষীয়ে মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

Indian_National_Flag_EPS

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd