DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাওৰাঘাটৰ লেমপ্‌ছৰ নিৰ্বাচনত আটাইকেইখন আসনত বিজয়ী বিজেপি

নংগি তেৰাং by নংগি তেৰাং
June 16, 2018 10:01 am
EM-Khansing-Rongpi-at-the-Lamps-Ltd.-election-result.-570x320
98
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ হাওৰাঘাটত অৱস্থিত কাংকি বেল’গুৰি লেমপ্‌ছৰ LAMPS (Large Scale Multi-Purpose Cooperative Society) নিৰ্বাচনত সকলোকেইখন আসনতেই বিজয়ী হৈছে। বৃহস্পতিবাৰে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াত কংগ্ৰেছে এখন আসনো লাভ কৰিবলৈ সামৰ্থ্য নহ’ল।

১৫খন আসনৰ ভিতৰত ১২খন সাধাৰণ, দুখন মহিলাৰ বাবে সংৰক্ষিত আৰু এখন অনুসূচিত জাতি/জনজাতিৰ বাবে সংৰক্ষিত আছিল।

কংগ্ৰেছে গোটেইখেইখন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখন আসনতো বিজয়ী হ’ ব নোৱাৰিলে।

বৃহস্পতিবাৰে ৪-০০বজাৰ পৰা ভোট গণনা আৰম্ভ কৰা হৈছিল আৰু মাজনিশালৈকে ভোট গণনা চলি আছিল। শেষনিশা নিৰ্বাচনৰ ফলাফল ওলাইছিল।

বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে বালিৰাম ইংতি, ভক্ত ঘোষ, ধনেশ্বৰ বড়ো, দিলীপ সিং ইংতি, গণেশ বৰা, লংকি ইংতি, মহেন্দ্ৰ ৰংচেহন, মায়াৰাণী নমঃসূদ্ৰ, মুকুল নাথ, নোমল পাঠক, সুবন্ত নাথ, সুদৰ্শন চৌহান, ছেছিং টেৰন, বীণা ব্ৰহ্ম আৰু খান টেৰংপি।

ৰিটাৰ্নিং বিষয়া আছিল দীপক মণ্ডল আৰু কেওঁৰ সহকাৰী আছিল বিচিত্ৰ ইংতি আৰু ৰাগেন ইংতি।

কাৰ্বি আংলং স্বায়ত্ব-শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি, পূব কাৰ্বি আংলং জিলা কমিটীৰ বিজেপি এছটি মঞ্চৰ সভাপতি ৰুকমা কাৰ্বি আৰু অন্যন্য বহুতো লেমপ্‌ছৰ কাৰ্যালয়ত নৱনিৰ্বাচিত সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ বাবে উপস্থিত আছিল।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd