• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নামত ভুৱা ফেচবুক একাউন্ট খোলা চাইবাৰ অপৰাধী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 22, 2018 10:32 am

2 min read

Suleiman-Ali-pic-2-570x320

চাইবাৰ অপৰাধী চুলেমান আলী।

100
VIEWS
Share on FacebookShare on Twitter

মহানগৰৰ আৰক্ষী আয়ুক্ত হীৰেন নাথৰ নামত ভুৱা ফেচবুক একাউন্ট খোলা চাইবাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহানগৰৰ হাতীগাঁৱৰ অনুপম পথৰ পৰা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চুলেমান ইব্ৰাহিম আলী নামৰ চাইবাৰ অপৰাধীজনক গ্ৰেপ্তাৰ কৰিছে।

গুৱাহাটীৰ পানবজাৰ থানাত ৰুজু হোৱা ৩৪১/ ১৮ নম্বৰ গোচৰৰ ভিত্তিত অপৰাধ অনুসন্ধান শাখাই শুকুৰবাৰে অভিযান চলাই চুলেমানক গ্ৰেপ্তাৰ কৰে। চুলেমানে আৰক্ষী আয়ুক্ত হীৰেন নাথৰ উপৰি কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ নামত ১৭ টা ভুৱা ফেচবুক একাউন্ট খুলিছিল।

আৰক্ষীয়ে চুলেমানৰ জিম্মাৰ পৰা ৪৭ টা মোবাইল ফোন, ১৩ টা টেবলেট আৰু ১৫ খন ছিমকাৰ্ড জব্দ কৰিছে।

ইয়াৰ আগেয়ে যোৱা জুন মাহত কাৰ্বি আংলঙৰ ডকমকাত অভিজিৎ নাথ আৰু নীলোৎপল দাসক এদল উন্মত্ত লোকে হত্যা কৰাৰ পিছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি ছচিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰৰ বিৰুদ্ধে নিৰ্দেশনা জাৰি কৰিছিল। সেই সময়তে বাতৰি ওলাইছিল যে ‘হীৰেন চন্দ্ৰ নাথ’ৰ নামত কোনো অচিনাক্ত ব্যক্তিয়ে আয়ুক্তগৰাকীৰ ইউনিফৰ্ম পৰিহিত কিছু ফটোগ্ৰাফেৰে সৈতে এটা ভুৱা ফেচবুক একাউন্ট খুলিছে।

সেই সময়ত আৰক্ষী আয়ুক্তগৰাকীয়ে কৈছিল, ‘’ মোৰ হোৱাটছএপৰ বাহিৰে কোনো ছচিয়েল মিডিয়াত একাউন্ট নাই। এই বিশেষ একাউন্টটো কোনোবাই কিবা উদ্দেশ্য লৈ খুলিছে যিটো মই নাজানো।‘’

আয়ুক্তগৰাকীয়ে ইয়াৰ পিছতে তেওঁৰ বিষয়াসকলক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল আৰু প্ৰকাশ কৰিছিল যে ‘’শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘’ আৰক্ষীৰ জালত পৰাৰ নপৰালৈকে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল চাইবাৰ অপৰাধীজনৰ সন্ধানত উদ্বিগ্ন হৈ আছিল।

Recent News

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

Sogun Final

ধলাত বিষাক্ত মৰাশ ভক্ষণ কৰি ২৩ টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু; ১২ টাৰ অৱস্থা সংকটজনক

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd