DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত ৰটাৰি ক্লাৱৰ উদ্যোগত বায়’ টয়লেটৰ ওপৰত কৰ্মশালা

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
May 3, 2018 1:38 pm
83
VIEWS
Share on FacebookShare on Twitter
আজি হাফলঙত ৰটাৰি ক্লাব হাফলং হিলছৰ উদ্যোগত স্থানীয় ল্যাণ্ডমাৰ্ক হোটেলত বায়’ টয়লেটৰ ব্যবহাৰৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালা অনুষ্ঠিত কৰাত ৰ’টাৰি ক্লাবক সহযোগিতা কৰে গুৱাহাটীৰ ফ্ৰন্টিয়াৰ নামৰ সন্থাটোৱে।
কৰ্মশালাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ই এম তথা ৰটাৰি ক্লাব হাফলং হিলছৰ প্ৰেচিডেণ্ট কুলেন্দ্ৰ দাউলাগুপু, হাফলং টাউন কমিটিৰ চেয়াৰমেন অনিল দাউলাগুপু, সমল ব্যক্তি দিব্যজ্যোতি হাজাৰিকা আদি উপস্থিত থাকে।
কৰ্মশালাখনত ভাষণ প্ৰদান কৰি হাজাৰিকাই বায়’ টয়লেটৰ উপকাৰীতা সম্পৰ্কে দীঘলিয়া সময়ধৰি বক্তব্য ৰাখি কয় যে আমাৰ দেশত প্ৰতি বছৰে ৬ লাখ মানুহৰ পানীৰ কাৰনে হোৱা ৰোগৰ বাবে মৃত্যু হয়।
পৰম্পৰাগত শৌচালয় বিজানু কঢ়িয়াই আনি বেমাৰৰ সম্ভাৱনা বঢ়াই তোলাৰ বিপৰীতে বায়’ টয়লেট পৰিবেশ অনুকুল হোৱাৰ লগতে ইয়াৰ খৰচো কম বুলি তেওঁ উল্লেখ কৰে।
ইয়াৰ উপৰি আজিৰ দিনত বিশেষকৈ চহৰত হোৱা জন সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কম ঠাইতে সাজিব পৰা এইধৰণৰ শৌচালয় নিৰ্মাণ কৰাৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে।
বিভিন্ন দল সংগঠনৰ লগতে বিভাগীয় বিষয়া মুৰব্বী সকল উপস্থিত থকা এই কৰ্মশালাত পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ই এম কুলেন্দ্ৰ দাউলাগুপু, টাউন কমিটিৰ চেয়াৰমেন অনিল দাউলাগুপু আদিয়েও  বক্তব্য ৰাখে।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd