DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাৱাইপুৰত ৰেলৰ খুন্দাত আহত পঞ্চমটো হাতীৰ কাজিৰঙাত চিকিৎসাধীন অৱস্থাত মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
February 12, 2018 6:24 pm
Injured elephant died at Kaziranga
78
VIEWS
Share on FacebookShare on Twitter

হাৱাইপুৰত ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা এটা হাতীৰ আজি বিয়লি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাধীন অৱস্থাতে মৃত হয়।

১০ ফেব্ৰুৱাৰিত গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী ১৫৬১১ এক্সপ্ৰেছ ৰেলখনে হাৱাইপুৰ ৰেলৱে ষ্টেচনৰ সমীপত পাঁচটাকৈ হাতী খুন্দিয়াইছিল, ইয়াৰে চাৰিটা হাতীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ উপৰি এটা হাতী গুৰুতৰভাৱে আহত হয় ৷

ৰেলৰ খুন্দাত মুৰত আৰু শৰীৰৰ পিছ অংশত প্ৰচণ্ড আঘাত পোৱা উক্ত হাতীটোক পিছত পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল ৷

কেন্দ্ৰটোৰ পশু চিকিৎসক ডাঃ পানজিৎ বসুমতাৰী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডাঃ দেবব্ৰত ফুকন আৰু স্থানীয় পশু চিকিৎস ডাঃ জিন্টু কাকতীয়ে হাতীটোক সুস্থ কৰিব তুলিবৰ বাবে পাৰ্যমানে চেষ্টা কৰিছিল যদিও গুৰুতৰভাৱে আহত হাতীটোৱে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে ৷

মন কৰিবলগীয়া যে উত্তৰ-পূৱ ৰেলৱেইৰ ৰেলৰ খুন্দাত যোৱা দুমাহতে ১৫ টাকৈ হাতী মৃত্যু মুখত পৰিছে ৷

শনিবাৰৰ ঘটনা সংঘটিত স্থানৰ ৰেলৱেৰ ১৬৬/ ৭ আৰু ১৬৬/ ৮ নম্বৰৰ খুঁটাৰ মাজৰ অংশক ২০১৬ চনতেই বনবিভাগে হাতীৰ কৰিডৰ হিচাপে ঘোষণা কৰিছিল। ইয়াৰ পিছতো হাৱাইপুৰৰ উক্ত অংশত ৰেলৰ খুন্দাত ৫ টাকৈ হাতী মৃত্যু হ’বলগীয়া হোৱাটো অতি দুখৰ খবৰ হিচাপে বিবেচিত হৈছে ৷

Recent News

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিত ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd