DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোজাইত দলিল বিচাৰি হাবাথুৰি স্থানীয় ৰাইজৰ : একাংশ দালালে অত্যধিক মূল্যত বিক্ৰী কৰিছে দলিল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2018 10:21 am
142
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ হোজাই জিলাত আইনী কাম-কাজৰ বাবে অত্যাৱশ্যকীয় দলিল বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে সর্বসাধাৰণ নাগৰিক৷ শংকৰদেৱ নগৰ ন্যায়িক আদালতৰ অনুজ্ঞা-পত্র থকা ভেণ্ডৰসকলৰ হাতত এতিয়া ৫ টকীয়া, ১০ টকীয়া আৰু ২০ টকীয়া দলিল বিচাৰি নাপায় হতাশ হ’বলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় নাগৰিকসকল৷

কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে এই দলিলসমূহ কেতবোৰ অনুজ্ঞা-পত্র নথকা বিপণী তথা দালালৰ হাতত উভৈনদী হৈ আছে৷

আনহাতে স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি এনেদৰে এচাম মধ্যভোগী দালালে এই ১০ টকীয়া আৰু ২০ টকীয়া দলিলৰ কৃত্রিম নাটনি সৃষ্টি কৰি গোপনে দলিলসমূহ নির্ধাৰিত মূল্যতকৈ অত্যধিক মূল্যত বিক্রী কৰি আহিছে৷

জানিব পৰা মতে এচাম মধ্যভোগী দালালে ১০ টকীয়া দলিলত ৫০-ৰ পৰা ২৫০ টকা পর্যন্ত আৰু ২০ টকীয়া দলিলত ১০০-ৰ পৰা ৩০০ টকা পর্যন্ত মূল্য আদায় কৰি সর্বসাধাৰণ ৰাইজক একপ্রকাৰৰ লুণ্ঠন চলাই আহিছে৷ একেদৰে ৫০ টকীয়া দলিল ১০০ টকাত আৰু ১০০ টকাৰ দলিল ২০০ৰ পৰা ৩০০ টকাত বিক্রী হৈ অহাৰো অভিযোগ উত্থাপিত হৈছে৷

ইফালে এই ক্ষেত্ৰত ভেণ্ডৰসকলক সোধ-পোছ কৰাত তেওঁলোকে ট্রেজাৰ‌িত দলিল নাই়, আমাৰ কৰিব লগা একো নাই বুলি কয়। স্থানীয় উত্থাপন কৰা প্ৰশ্ন অনুসৰি প্ৰকৃততে যদি ট্ৰেজাৰিত দলিল নাই তেন্তে এই মধ্যভোগী দালাল সকলৰ হাতত দলিল ক’ৰ পৰা আহিছে।

স্থানীয় ৰাইজে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে।

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd