• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোজাইত ভূমি বিবাদত উত্তেজিত খুৰায়েকে নৃশংসভাৱে হত্যা কৰিলে ৫ বছৰীয়া ভতিজাকক

NE NOW NEWS এন ই নাও নিউজ
হোজাই , April 30, 2018 6:13 pm

1 min read

হোজাইত ভূমি বিবাদত উত্তেজিত খুৰায়েকে নৃশংসভাৱে হত্যা কৰিলে ৫ বছৰীয়া ভতিজাকক
68
VIEWS
Share on FacebookShare on Twitter

ভূমি বিবাদক কেন্দ্ৰ কৰি আজি হোজাইত সংঘটিত দুই ফৈদৰ মাজৰ সংঘৰ্ষই হোজাইৰ লগতে সমগ্ৰ ৰাজ্য জোকাৰি যায়।

উল্লেখযোগ্য যে হোজাই জিলাৰ দাৰীয়া বস্তিত নিজ খুড়াকে ভূমি বিবাদৰ বাবে ৫ বছৰীয়া ভতিজাকক নৃশংসভাৱে কোৰেৰে ঘপিয়াই হত্যা কৰে।

প্ৰাপ্ত তথ্য মতে বেদীলাল চৌহান নামৰ ব্যক্তিজনে ককায়েক ভৰতলাল চৌহানৰ সৈতে আজি এক ভূমি বিবাদত লিপ্ত হয়। বেদীলাল চৌহানে ভৰতলাল চৌহানক মাটি বিক্ৰীৰ দলিলত চহী কৰাৰ বাবে কৈছিল, কিন্তু ভৰতলালে উক্ত দলিলত চহী কৰাৰ বাবে মান্তি হোৱ নাছিল।

ফলত বেদীলাল চৌহানে ভৰতলাল পুত্ৰ তথা নিজৰে ভতিজাকক শোৱা পাটীৰ পৰা উঠাই আনি কোৰেৰে ঘপিয়াই হত্যা কৰে। ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত বেদীলাল চৌহান ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে।

শেহতীয়াকৈ জানিব পৰা অনুসৰি আৰক্ষীয় শিশু হত্যাকাৰী অভিযুক্ত বেদীলাল চৌহানক ইতিমধ্যে আটক কৰিছে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd