• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

য়ু পি এ’ চৰকাৰে ২জি কেলেংকাৰীৰ বাবে মন্ত্ৰীকে গ্ৰেপ্তাৰ কৰিছিল, দুৰ্নীতিক লৈ মোদী এতিয়া নীৰৱ কিয় : কংগ্ৰেছ নেতা গুলাম নবী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 11:21 pm
25-02-18-Guwahati-Ghulam-Nabi-Azad-PMT

গুলাম নবী আজাদৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা গুলাম নবী আজাদে আজি গুৱাহাটীত এক সংবাদ মেলত বিজেপি চৰকাৰৰ দিনত দেশৰ দুৰ্নীতিৰ ‘আন্তৰ্জাতিকীকৰণ’ হোৱা বুলি অভিহিত কৰে। তেওঁ কয়, ‘এতিয়া দেশৰ দুৰ্নীতিবিলাকৰ পৰিমাণ ৪ হাজাৰ, ৮ হাজাৰ আৰু ১১ হাজাৰ হৈছেগৈ।’

বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় নেতাৰ লগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি দাবী কৰি অহাৰ কথা উল্লেখ কৰি আজাদে বেংক লুটাৰ অভিযোগত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোদীক ঘূৰাই অনাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীক কিহে বাধা দিছে বুলি প্ৰশ্ন তোলে।

Apply Now

দুৰ্নীতিৰ প্ৰসংগত প্ৰধান মন্ত্ৰীৰ নীৰৱতাত প্ৰশ্ন তুলি তেওঁ কয়, ‘২ জি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ আমাৰ চৰকাৰেই দিছিল আৰু আনকি মন্ত্ৰীকো গ্ৰেপ্তাৰ কৰা হৈছিল।

বিজেপিয়ে দেশৰ বৈচিত্ৰ্যতাক আঘাত কৰিছে বুলি অভিযোগ কৰি কংগ্ৰেছ নেতাজনে কয় যে মানুহৰ খাদ্যাভ্যাস বা মানুহ মন্দিৰ, মছজিদ, গীৰ্জা, নে গুৰদ্বাৰলৈ যায় তাক লৈ চৰকাৰে হস্তক্ষেপ কৰাতো ভাৰতত কেতিয়াও হোৱা নাই।

‘কোনে কি মাংস ৰান্ধিছে বা ফ্ৰিজত কি মাংস ৰাখিছে চাবলে তেওঁলোকে মানুহৰ ঘৰ বা হষ্টেলত সোমাইছেগে’ বুলি মন্তব্য কৰি তেওঁ কয় যে ভাৰতত শাসক দলৰ দায়িত্ব কেতিয়াও সেইটো নাছিল।

আনহাতে ‘বিজেপি চৰকাৰ অহাৰ পিছতে অসমত সকলো আৰ্থিক কাৰ্য্যকলাপ বন্ধ হৈ গৈছে’ বুলি দাবী কৰি তেওঁ কয় যে বিজেপিক শাসনলৈ আনি অসমৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে।

‘উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিশেষ মৰ্য্যাদা আৰু উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ প্ৰসাৰ নীতি (North East Industrial and Investment Promotion Policy) বাতিল কৰি’ ‘বিজেপি চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিৰাট অন্যায় কৰিছে’।

মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা ক্ংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতিজনে ৰাজীৱ ভৱনত সংবাদ মেলখন সম্বোধন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd