• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০০০জনতকৈ অধিক লোকক মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদি ঘূৰাই পঠালে খাচি ছাত্ৰ সন্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 9:55 pm
KhasiStudentsUnion

খাচি ছাত্ৰ সন্থাই আজি অসম হৈ মেঘালয়ত প্ৰৱেশ কৰিব খোজা গাড়ীত তালাচী চলোৱাৰ দৃশ্য।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাচি ছাত্ৰ সন্থাৰ সভাপতি এল মাৰ্নগাৰে আজি কয় যে সংগঠনটোৱে আজি ৰাজ্যখনত অসম হৈ প্ৰৱেশ কৰিব খোজা প্ৰায় ১০০০জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি প্ৰৱেশৰ পৰা বাৰণ কৰে।

উল্লেখযোগ্য যে আজি খাচি ছাত্ৰ সন্থাই অসমৰ সৈতে লাগি থকা তিনিখন জিলাৰ সীমান্ত অঞ্চলৰ তিনি ঠাইত নিজা ববীয়াকৈ তালাচী চকী স্থাপন কৰিছিল। এই তালাচী চকীবোৰত ছাত্ৰ সংগঠনটোৰ সদস্য সকলে অসমৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰা সকলো যান-বাহনত তালাচী চলাই যাত্ৰীসকলৰ পৰিচয়সূচক নথি-পত্ৰ বিচাৰে।

Apply Now

মন কৰিব লগীয়া যে ৩০ জুলাইত অসমত উন্নীতকৰণ হৈ থকা এন আৰ চিৰ চূড়ান্ত খচৰাত ৪০ লাখৰো অধিক লোক বাদ পৰা বুলি খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে ছাত্ৰ সংগঠনটোৰ এই কাৰ্য্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

“পূব জয়ন্তীয়া পাহাৰৰ ৰাতাচেৰাত আমাৰ সদস্যসকলে ১০০০-অতকৈ অধিক লোকক চিনাক্ত কৰিছে, এই সকলোৰে লগত কোনো নথিপত্ৰ নাছিল আৰু তেওঁলোক আটাইবোৰ মেঘালয়লৈ প্ৰব্ৰজনৰ অৰ্থে আহিছিল।” মাৰ্নগাৰে কয়।

তেওঁ লগতে কয় যে ৰিভয় জিলাৰ ২০ মাইলতো ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ১০০তকৈ অধিক লোকক চিনাক্ত কৰিছে।

মাৰ্নগাৰে জনোৱা মতে এইদৰে চিনাক্ত কৰা সকলো লোককে আজি ৰাজ্যখনত প্ৰৱেশৰ পৰা বাৰণ কৰে আৰু ওভতাই পঠায়।

তেওঁ অভিযোগ কৰে যে আৰক্ষীৰ চেক গেইট আছে যদিও আৰক্ষীয়ে ভালদৰে দায়িত্ব পালন নকৰে বাবে তেওঁলোকে এই পদক্ষেপ লৈছো।

আনহাতে খাচি ছাত্ৰ সন্থাই আজি অভিযান চলোৱা বুলি জানিব পাৰি আৰক্ষীয়ে হস্তক্ষেপ কৰাৰ চেষ্টা কৰিছিল যদিও ছাত্ৰ সংগঠনটোৱে তাৰ মাজতে আবেলি ৪ বজালৈ এই অভিযান চলাই নিয়ে। তাৰ পিছত পূব জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষকে ছাত্ৰ সংগঠনটোৰ সৈতে এখন বৈঠকত মিলিত হ’বলৈ সন্মত হয়।

মন কৰিব লগীয়া যে ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে যাত্ৰীসকলৰ পৰা ধন দাবী কৰা আৰু মাৰপিট কৰাৰ অভিযোগো উত্থাপিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd