• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

১১ বছৰৰ বিৰতিৰ অন্তত মণিপুৰৰ ইম্ফল আৰু জিৰিবামৰ মাজত পুনৰ বাছ সেৱা আৰম্ভ

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , December 21, 2017 10:01 am

1 min read

১১ বছৰৰ বিৰতিৰ অন্তত মণিপুৰৰ ইম্ফল আৰু জিৰিবামৰ মাজত পুনৰ বাছ সেৱা আৰম্ভ
84
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ ১১ বছৰ বিৰতিৰ পিছত মণিপুৰৰ ইম্ফল আৰু জিৰিবামৰ মাজত পুনৰ বাছ সেৱা আৰম্ভ হ’ল। বুধবাৰে ৰাজ্যিক পৰিবহন আয়ুক্ত এল লক্ষ্মিকুমাৰ সিঙে ইম্ফলৰ আন্ত:ৰাজ্যিক বাছ আস্থানৰ পৰা আনুষ্ঠানিক ভাবে এই বাছ সেৱা মুকলি কৰে। বাছ সেৱা মুকলি কৰাৰ পিছতে আয়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- দীৰ্ঘ বিৰতিৰ পিছত পুনৰ আৰম্ভল হোৱা এই বাছ সেৱাৰ ফলত ইম্ফল আৰু জিৰিবামৰ মাজত এক সু সম্পৰ্ক গঢ়ি উঠাৰ উপৰি বৰ্তমানৰ চৰকাৰখনে লোৱা পদক্ষেপ সমূহে দুয়োখন চৰকাৰৰ লোক সমূহক পুনৰ আশ্বাস প্ৰদান কৰিব। এই বাছ সেৱা পুনৰ প্ৰৱৰ্তন কৰা সংস্থাক ধন্যবাদ জনায় আৰু ইয়াৰ ফলত দুয়োখন জিলাৰে উন্নয়নত সহায়ক হ’ব বুলি আয়ুক্ত গৰাকীয়ে মত ব্যক্ত কৰে।

মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ মূল উদ্দেশ্য হ’ল ৰাজ্যখনৰ চুকে কোনে যাতায়তৰ সু ব্যৱস্থা কৰা আৰু ইয়াৰ বাবে ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী সংস্থা সমূহে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজনীয়তা আছে বুলি আয়ুক্ত গৰাকীয়ে কয়। উল্লেখনীয় যে ইম্ফল আৰু জিৰিবানৰ মাজৰ বাট-পথৰ অৱস্থা শোচনীয় বাবে ২০০৬ চনৰ পৰা বাছ সেৱা ব্যাহত হৈ আছিল।

মন কৰিবলগীয়া যে জিৰিবাম সম্পূৰ্ণ জিলা হোৱা বাবে এতিয়া ৰাজ্যখনৰ ৰাজধানীৰ লগত সম্পৰ্ক ৰক্ষাৰ বাবে যাতায়ত ব্যৱস্থা অধিক সূচল কৰাৰ লক্ষৰে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰিব বুলি পৰিবহন বিভাগে জানিবলৈ দিয়ে।

 

Recent News

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd