DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

১১ হেজাৰ কোটি টকাৰ বিত্তীয় ঘাটিৰে আৰম্ভ হৈছে ত্ৰিপুৰা চৰকাৰৰ কাম-কাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 12:06 pm
Jishnu-Debbarma
90
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ১১,৩৫৫.৫৩ কোটি টকাৰ বিত্তীয় ঘাটিৰে নৱগঠিত ত্ৰিপুৰা চৰকাৰৰ কাম-কাজ আৰম্ভ হৈছে। –এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই।

যোৱা সোমবাৰে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে বিগত ২৫ বছৰে ৰাজ্যখনৰ শাসনত থকা বাওঁপন্থী শাসনক তীব্ৰ সমালোচনা কৰি কয় যে- পূৰ্ববৰ্তী চৰকাৰখনে পুঁজিৰ আৱণ্টন অবিহনে কেতবোৰ আঁচনিৰ কাম আৰম্ভ কৰিছিল।যাৰ ফলত বিত্তীয় ঘাটিৰ পৰিমান দিনে দিনে বৃদ্ধি পাইছিল।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দেৱবাৰ্মাই কয় যে বিগত পাঁচ বছৰে মাণিক চৰকাৰ নেতৃত্বাধীন বাওঁপন্থী চৰকাৰখনে লাভ কৰা কেন্দ্ৰীয় পুঁজিৰ সৰহভাগে ব্যৱহাৰ কৰিব নোৱাৰিলে।

কেন্দ্ৰই উক্ত সময়ছোৱাত ত্ৰিপুৰাৰ বাবে এক বৃহৎ পৰিমানৰ পুঁজি মুকলি কৰি দিয়া সত্ত্বেও ৰাজ্যখনত এতিয়াও  বেছিভাগ প্ৰকল্পই অসম্পূৰ্ণ হৈ আছে। মাণিক সৰকাৰ চৰকাৰখনে পুঁজি মুকলি কৰি নিদিয়াৰ বাবে ৰাজ্যখনত থমকি ৰৈছিল উন্নয়নমূলক কাম-কাজ।

সেয়েহে নতুন চৰকাৰখনে উত্তৰাধিকাৰ সূত্ৰে এই সমস্যা সমূহৰ সৈতে যঁজ দি আগবাঢ়িব লাগিব বুলি সতীৰ্থ সকলক সকীয়াই দিয়ে বৰ্ষীয়ান ৰাজনীতিক তথা উপ-মুখ্যমন্ত্ৰী দেৱবাৰ্মাই।

সোমবাৰে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই প্ৰকাশ কৰা মন্তব্যই সম্প্ৰতি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

 

 

 

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd