• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৪৪ ধাৰা জাৰি, ৰহাত যুদ্ধংদেহী পৰিৱেশ : টোলগেট বন্ধৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৃষক মুক্তি-যুৱ ছাত্ৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 22, 2018 12:40 pm
ৰহাত প্ৰতিবাদ
127
VIEWS
Share on FacebookShare on Twitter

ৰহাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীৰে কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰ্তমান ৰহাত এক যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হৈছে। ভিন্ন প্ৰান্তৰ পৰা কৃষক মুক্তি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হেজাৰ সংখ্যক সদস্য ৰহা অভিমুখে আহি আছে। প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে আৰক্ষীয়ে ব্যাপক সমৰসজ্জা গঢ়ি তুলিছে। প্ৰতিবাদকাৰীসকলক আদবাটতে ভেটা দিয়াৰ বাবে অৰ্দ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে।

ইপিনে ৰহাৰ টোলগেটত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু প্ৰশাসনৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈছে। তদুপৰি, ৰহাৰ টোলগেটত বৰ্তমান সাময়িকভাৱে কৰ সংগ্ৰহ বন্ধ ৰখা হৈছে।

ইতিমধ্য কৃষক মুক্তিৰ নেতা অখিল গগৈৰ নেতৃত্বত সংগঠনটোৰ সদস্যসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

প্ৰশাসনে গ্ৰহণ কৰা এনে পদক্ষেপ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পলাশ চাংমাইয়ে কয়, ‘’প্ৰশাসনে অনুমতি দিছিল যদিও এতিয়া তেওঁলোকক বাধা দিয়। কিন্তু যিকোনো পৰিস্থিতিটো প্ৰতিবাদ সাৱ্যস্ত কৰা হ’ব।‘’

উল্লেখযোগ্য যে যোৱা ১২ জুলাইৰ পৰা টোলগেটখনত কৰ সংগ্ৰহ আৰম্ভ কৰাৰ পাছতে জাতীয় দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছে। টোলগেট মুকলিৰ প্ৰাকমহুৰ্তৰ পৰা আজি পৰ্যন্ত বিভিন্ন দল সংগঠনে ৰহাত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি আহিছে। কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰে টোলগেট বন্ধৰ বাবে লোৱা নাই কোনো ব্যৱস্থা।

সেয়ে চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰহা টোলগেটত কেন্দ্ৰীয়ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd