• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৪ মাৰ্চত পাণ্ডু ৰে’লৱে পেঞ্চনাৰ সংস্থাৰ দশম দ্বিবাৰ্ষিক সাধাৰণ অধিবেশন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 1, 2018 10:39 am

1 min read

Pensioner
93
VIEWS
Share on FacebookShare on Twitter

পাণ্ডুত অহা ১৪ মাৰ্চত এন এফ ৰে’লৱে পেঞ্চনাৰ সংস্থাৰ পাণ্ডু শাখাই ইয়াৰ দশম দ্বিবাৰ্ষিক সাধাৰণ অধিবেশন অনুষ্ঠিত কৰিব।

এন এফ ৰে’লৱে পেঞ্চনাৰ সংস্থাৰ মুখ্য পৰামৰ্শদাতা অশিত মোহন ৰয়ে অধিবেশনখন মুকলি কৰিব।

অধিবেশনখনত ৰে’লৱে পেঞ্চনাৰসকলৰ সলকো বিলাক মুখ্য সমস্যা উত্থাপন কৰাৰ লগতে সমস্যাসমূহৰ সমাধানৰ বাবে ভবিষ্যতে লব লগা কাৰ্যপন্থাৰ ওপৰতো আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে।

জানিব পৰা মতে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শবলীৰ ভিত্তিত পেঞ্চনাৰ সকলে নতুনকৈ নিৰ্ধাৰিত পেঞ্চন লাভ নকৰাৰ বাবে তেওঁলোক যথেষ্ট উদ্বিগ্ন হৈ আছে।

ইয়াৰ উপৰি চিকিৎসকৰ অভাৱ, বহু পেঞ্চনাৰক নিয়মিতভাৱে প্ৰয়োজন হোৱা ঔষধৰ অভাৱ, পেঞ্চনাৰ সকলৰ অবিবাহিতা/ বিধৱা/বিবাহ বিচ্ছেদ হোৱা কণ্যা সন্তান সকলে জীৱনযোৰা পৰিয়াল পেঞ্চনৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আদিৰ ওপৰত আলোচনা কৰা হ’ব বুলি পেঞ্চনাৰ সংস্থাৰ ফালৰ পৰা জনোৱা হৈছে।

পাণ্ডু শাখাৰ সম্পাদক গৰাকীয়ে সকলো ৰে’লৱে পেঞ্চনাৰকে উক্ত অধিবেশনখনত অংশগ্ৰহণ কৰিবলৈ এক প্ৰছ বিবৃতি যোগে আহ্বান জনাইছে।

 

Recent News

মোদী-শ্বাহৰ পৰামৰ্শমতে নিৰ্বাচনৰ তাৰিখসমূহ ঘোষণা কৰা হৈছে! পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিস্ফোৰণ

মোদী-শ্বাহৰ পৰামৰ্শমতে নিৰ্বাচনৰ তাৰিখসমূহ ঘোষণা কৰা হৈছে! পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিস্ফোৰণ

images.jpeg-6

শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লিখিত পৰীক্ষা স্থগিত

লাভ জেহাদ : হাৰিয়ানাৰ বিধানসভাত উত্থাপিত হ’ব নতুন বিল

লাভ জেহাদ : হাৰিয়ানাৰ বিধানসভাত উত্থাপিত হ’ব নতুন বিল

Jagtiyal-Rooster-Telangana-court-cockfighting

গৰাকীক হত্যা : হত্যাকাৰী কুকৰাটোক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে; হাজিৰ কৰাব আদালতত!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd