• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯ জুনৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিব অসমীয়া যুৱকৰ ‘লা কেব’ সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2018 2:04 pm
লা-কেব
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইগৰাকীমান অসমীয়া উদ্যমী যুৱকৰ প্ৰচেষ্টাত গুৱাহাটীত আৰম্ভ হ’ব ‘লা কেব’ সেৱা৷ কাৰ্যত: উবেৰ-অ’লাক প্ৰত্যাহ্বান জনাই হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাৰ সপোন পূৰণ কৰিবলৈ ১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলিব ‘লা কেব’ৰ চাৰিচকীয়া বাহন৷ মহানগৰীৰ জীৱন যাত্ৰাক অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে তথা উবেৰ-অ’লাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে গাড়ীৰ মালিক- চালকসকলক ৰক্ষা কৰিবলৈ ‘লা কেব’ সেৱা আৰম্ভ কৰা হ’ব৷

অহা ১৯ জনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই ‘লা কেব’ সেৱা। গ্ৰাহকসকলে নিৰ্দিষ্ট এপযোগে বুকিং কৰিব পৰাৰ সুবিধা উপলব্ধ হ’ব ‘লা কেব’ সেৱাত।

Apply Now

উল্লেখযোগ্য যে পেট্ৰল-ডিজেল তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ অহা তথা তাৰ পাছতে উবেৰ কৰ্তৃপক্ষই ইনচেনটিভ বন্ধ কৰি দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উবেৰ মালিক আৰু চালকসকলৰ মাজত৷

তাৰ পিছতে একাংশ চালক আৰু মালিকে বিকল্প কিবা কৰিব পাৰি নেকি তাৰ কথা চিন্তা কৰে৷ তেওঁলোকে ওচৰ চাপে সঞ্জীৱ দৈমাৰী নামৰ এগৰাকী লোকৰ। তেওঁলোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে দৈমাৰীয়ে ৷ ছিংগাপুৰৰ এটি কোম্পানীৰ সৈতে কাম কৰাৰ বাবে চুক্তিবন্ধ হয়৷ ছিংগাপুৰৰ এটি কোম্পানীৰ সৈতে চুক্তিবদ্ধ হয় কোম্পানীটোৱে অসমত ব্যৱসায় কৰিবলৈ নাহে তেওঁলোকে কেৱল ছেটেলাইটহে নিয়ন্ত্ৰণ কৰিব৷ বহিৰাগত প্ৰতিষ্ঠানে অসমৰ থলুৱা যুৱকক ৰক্ষা কৰিবলৈ কেৱ সেৱা চলাবলৈ সাহস গোটায়৷

উবেৰ-অ’লাৰ প্ৰবঞ্চনাৰ পৰা গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ দৈমাৰিয়ে ‘লা কেব’ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৯ জুনত আনু্ষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই সেৱা। জানিব পৰা মতে, যিটো দলৰ প্ৰচেষ্টাত এই সেৱা গঢ় লৈ উঠিছে সেই দলটোৰ আটাইকেইজন যুৱক অসমীয়া।

১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলিব ‘লা কেব’ৰ চাৰিচকীয়া বাহন৷ মহানগৰীৰ চাৰিচকীয়া বাহনৰ মালিকে গাড়ী দি অৰ্থ উপাৰ্জন কৰিবলৈ ৮০১১৪৮৭৭৭৭ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে৷ গাড়ীৰ মালিকক ১৫ শতাংশ কমিছন, চালকৰ ইএছআই আৰু পিএফ, স্বাস্থ্য বীমা প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে সূত্ৰটোৱে৷

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm
ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

July 21, 2026 6:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd