• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৮ বৰ্ষ হ’ব অসমবাসীৰ বাবে ঐতিহাসিক বছৰ

দীপ কুমাৰ কলিতা by দীপ কুমাৰ কলিতা
January 1, 2018 12:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উথ্থান পতনৰে ভৰা ২০১৭ চনটোক বিদায় দি নতুন বৰ্ষ ২০১৮ক উষ্ম আদৰণি জনালে বিশ্ববাসীৰ লগতে অসমবাসীয়েও। আমাৰ সতীৰ্থ তেজপুৰৰ সাংবাদিকে কেইজনমান সমাজৰ আগশাৰীৰ ব্যক্তিক ২০১৭ চনটো অসমৰ বাবে কেনে গ’ল বা ২০১৮ বৰ্ষই আগন্তুক দিনত অসমবাসীৰ বাবে কেনেকুৱা হ’ব নতুন বছৰত কি আশা প্ৰকাশ কৰে সেই বিষয়ে কিছু আলাপ আলোচনা কৰে।

আলাপ আলোচনাত শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই ২০১৮ চনটো অসমৰ বাবে শুভণীয় হ’ব বুলি মন্তব্য কৰে। মানুহৰ মাজত কৰ্মস্পৃহা বাঢ়িছে যিটো সৰ্বসাধাৰণৰ বাবে এক অত্যন্ত সু খবৰ। ইয়াৰ উপৰি অসমৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসমবায়ীয়ে এই বছৰতে লাভ কৰিব। লগতে উপায়ুক্তগৰাকীয়ে কয় যে প্ৰকাশ পাবলগীয়া এন আৰ চিৰ প্ৰথম খচৰাত যদি কাৰোবাৰ নাম নাহে তেন্তে তেওঁলোকে পুনৰ আবেদনৰ যোগেৰে নাম অন্তৰ্ভুক্তি কৰিব পাৰিব। ২০১৮ বৰ্ষত অসমবাসীয়ে এখন শুদ্ধ এন আৰ চি পাবলৈ সক্ষম হ’ব বুলি উপায়ুক্তগৰাকীয়ে কয়। আনহাতে অনাগত দিনবোৰত অসমবাসীৰ মাজত শান্তি-সম্প্ৰীতি, একতাৰ এনাজৰী সুদৃঢ় হ’ব বুলি মনোজ কুমাৰ ডেকাই আমাৰ আগত জানিবলৈ দিয়ে।

Apply Now

আনহাতে যুৱ লেখিকা সৰিতা শৰ্মাই ২০১৭ চনটো ব্যক্তিগত ভাবে সফল বছৰ বুলি অভিহিত কৰে। তেওঁৰ প্ৰথমখন গ্ৰন্থ ২০১৭ চনতে প্ৰকাশ পাইছিল আৰু ২০১৮ বৰ্ষত সাহিত্য জগতত নিজৰ আশা সমূহ সফল ৰুপায়ন হোৱাৰ বাবে কামনা কৰে। আনহাতে নতুন বৰ্ষৰ প্ৰথম দিনটোতে ঐতিহাসিক এন আৰ চি প্ৰথম খচৰা প্ৰকাশ পাব। আৰু ভৱিষৎত দিনত সকলোৰে মাজত শান্তি-সম্প্ৰীতি বাহাল ৰাখাৰ বাবে প্ৰৰ্থনা কৰে।

অসমৰ চিৰ পৰিচিত অভিনেতা অৰুণ নাথে ২০১৭ বৰ্ষটো অসমীয়া চলচিত্ৰ জগতৰ বাবে এক শুভ বছৰ বুলি মত প্ৰকাশ কৰাৰ লগতে অনাগত দিনত অসমীয়া চলচিত্ৰ জগতখনৰ যথেষ্ট সুদিন আহিব বুলি কয়।

নতুন বছৰ আৰু এন আৰ চিয়ে অসমবাসীলৈ কঢ়িয়াই আনিব আশাৰ সঞ্চাৰ, এই বুলি কয় বিশিষ্ট সমাজ সেৱক নগেন্দৰ জৈনে।

শিক্ষয়ত্ৰী সোণালী দাসে নিজৰ মত ব্যক্ত কৰি কয় যে ২০১৭ চনটো অসমৰ বাবে সমস্যা আছিল এটা খড়্গ যুক্ত গঁড় হত্যা ৰোধ কৰা। কিন্তু হত্যা ৰোধত ব্যৰ্থ হোৱা বন বিভাগে ২০১৮ বৰ্ষত চোৰাংচিকাৰীক আটক কৰি গঁড় হত্যা ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি শিক্ষয়ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে।

ইণ্ডিয়ান মেডিকেল এছোছিয়েশ্যনৰ সদস্য ডাঃ প্ৰদীপ লস্কৰে নৱবৰ্ষটোত স্বাস্থ্যখণ্ডত ব্যাপক উন্নয়ন হোৱাৰ লগতে ৰাইজৰ বাবে স্বাস্থ্যখণ্ডই ভাল সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

মন কৰিবলগীয়া যে ধীৰাজ হাজৰিকাই অনাগত দিনত অসমৰ খেলুৱৈ সকলে সুনাম কঢ়িয়াব বুলি আমাৰ আগত মত প্ৰকাশ কৰে।

দীপ কুমাৰ কলিতা

দীপ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd