• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ জানুৱাৰিত গুৱাহাটীত আৰ এছ এছৰ বিশাল সমাৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2018 1:27 pm
আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২১ জানুৱাৰিত গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই (আৰ আৰ এছ) এখন বিশাল সমাৱেশ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। ‘লুইতপৰীয়া হিন্দু সমাৱেশ’ হিচাপে নামকৰণ কৰা উক্ত সমাৱেশখন এতিয়ালৈকে ৰাজ্যখনত হিন্দু সংগঠনটোৱে অনুষ্ঠিত কৰা আটাইতকৈ বৃহৎ সমাৱেশ হ’ব বুলি আশা কৰা হৈছে।

সংঘৰ মুৰব্বী মোহন ভাগৱতৰ লগতে শীৰ্ষ নেতাসকলে সমাৱেশত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে। এই সমাৱেশখনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাজনো মন্ত্ৰীয়ে উপস্থিত থকাৰ কথা। সমাৱেশত গৰিষ্ঠ সংখ্যক বিজেপিৰ ৰাজ্যিক কমিটিৰ কৰ্মীয়েই উপস্থিত থাকিব।

Apply Now

সূত্ৰসমূহে জনোৱা মতে অন্যান্য শীৰ্ষ নেতাৰ সৈতে মোহন ভাগৱতে তিনিদিনীয়া কাৰ্যসূচীলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সমাৱেশৰ বাবে আহি উপস্থিত হ’ব।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা সমাৱেশত এক লাখতকৈয়ো অধিক লোকে অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে। ইয়াৰ ভিতৰত ৩৫,০০ কৰ্মীয়ে খেলপথাৰত সংঘৰ খাকী পোচাক পৰিধান কৰিব।

সংঘৰ ইউনিফৰ্ম পৰিধান কৰিবলগীয়া ব্যক্তি সকলৰ ভিতৰত আছে ৰাজ্যৰ আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক তথা আছুৰ প্ৰাক্তন নেতা তপন কুমাৰ গগৈ, বিমল বৰা, অশোক শৰ্মা, চক্ৰধৰ গগৈ আদি।

সমাৱেশৰ বাবে মোহন ভাগৱতৰ লগতে কৃষ্ণ গোপাল, সুনীল দেশপাণ্ডেৰ দৰে অন্যান্য নেতাসকলে ২০ জানুৱাৰিত নাগপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ব। সমাৱেশখন ২১ জানুৱাৰীৰ আবেলি ২ বজাত আৰম্ভ হ’ব আৰু ইয়াতে কেইবাজনো মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখা যাব। সেইদিনাখনৰ সমাৱেশত বিজেপিৰ সকলো সাংসদ আৰু বিধায়কো উপস্থিত থাকিব।

এই বৃহৎ সমাৱেশৰ বাবে তিনিখন মঞ্চ সাজি উলিওৱা হৈছে। ইয়াৰে এখনত ১০০ তকৈয়ো অধিক সাধু বহিব। সংঘৰ এই সমাৱেশলৈ অঞ্চলটোৰ জনজাতি সম্প্ৰদায়ৰ ২০ গৰাকী মুৰব্বী তথা ৰজাক আমন্ত্ৰণ জনোৱা হৈছে।

সমাৱেশৰ পিছতে ভাগৱতে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত সংঘৰ আন এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য’ত তেওঁ প্ৰায় ১০০০ তকৈয়ো অধিক সংঘৰ কৰ্মীৰ সৈতে মত বিনিময় কৰিব। তেওঁ কলকাতা আৰু নতুন দিল্লী হৈ নাগপুৰলৈ উভতি যোৱাৰ পূৰ্বে আৰএছএছৰ আঞ্চলিক নেতাসকলৰ সৈতে এক বৈঠকত ভাগ ল’ব।

সমাৱেশখন গোটেই উত্তৰ-পূবত হিন্দুত্ব প্ৰসাৰৰ সংঘৰ এক বৃহৎ প্ৰচেষ্টা বুলি ক’ব বিচৰা হৈছে।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd